ছুৰা Al-Jathiyah 45:20
هَٰذَا بَصَـٰٓئِرُ لِلنَّاسِ وَهُدٗى وَرَحۡمَةٞ لِّقَوۡمٖ يُوقِنُونَ ﴿٢٠﴾
◉
অনুবাদ
এইখন (কোৰআন) মানৱ জাতিৰ বাবে আলোকবৰ্তিকা আৰু হিদায়ত তথা ৰহমত এনে সম্প্ৰদায়ৰ বাবে, যিসকল নিশ্চিত বিশ্বাসী।