quranm◉

ছুৰা Al-Mu'minun 23:8

وَٱلَّذِينَ هُمۡ لِأَمَٰنَٰتِهِمۡ وَعَهۡدِهِمۡ رَٰعُونَ ﴿٨﴾

◉

অনুবাদ

আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
— Shaykh Rafeequl Islam Habibur-Rahman

◉ ছুৰা · ∞