quranm◉

ছুৰা Ash-Shu'ara 26:25

قَالَ لِمَنۡ حَوۡلَهُۥٓ أَلَا تَسۡتَمِعُونَ ﴿٢٥﴾

◉

অনুবাদ

ফিৰআউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?
— Shaykh Rafeequl Islam Habibur-Rahman

◉ ছুৰা · ∞