quranm◉

ছুৰা Al-Mu'minun 23:12

وَلَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ مِن سُلَٰلَةٖ مِّن طِينٖ ﴿١٢﴾

◉

অনুবাদ

অৱশ্যে আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,
— Shaykh Rafeequl Islam Habibur-Rahman

বিষয় · আয়াত

◉ ছুৰা · ∞