سَأَلَ سَآئِلُۢ بِعَذَابٖ وَاقِعٖ ﴿1﴾سَأَلَ سَآئِلُۢ بِعَذَابٖ وَاقِعٖ
Transliteration: Saala sailun biAAathabin waqiAAin
Translation: আবেদনকাৰীয়ে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব--
سَأَلَ سَآئِلُۢ بِعَذَابٖ وَاقِعٖ ﴿1﴾سَأَلَ سَآئِلُۢ بِعَذَابٖ وَاقِعٖ
Transliteration: Saala sailun biAAathabin waqiAAin
Translation: আবেদনকাৰীয়ে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব--
لِّلۡكَٰفِرِينَ لَيۡسَ لَهُۥ دَافِعٞ ﴿2﴾لِّلۡكَٰفِرِينَ لَيۡسَ لَهُۥ دَافِعٞ
Transliteration: Lilkafireena laysa lahu dafiAAun
Translation: কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।
مِّنَ ٱللَّهِ ذِي ٱلۡمَعَارِجِ ﴿3﴾مِّنَ ٱللَّهِ ذِي ٱلۡمَعَارِجِ
Transliteration: Mina Allahi thee almaAAariji
Translation: এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,
تَعۡرُجُ ٱلۡمَلَـٰٓئِكَةُ وَٱلرُّوحُ إِلَيۡهِ فِي يَوۡمٖ كَانَ مِقۡدَارُهُۥ خَمۡسِينَ أَلۡفَ سَنَةٖ ﴿4﴾تَعۡرُجُ ٱلۡمَلَـٰٓئِكَةُ وَٱلرُّوحُ إِلَيۡهِ فِي يَوۡمٖ كَانَ مِقۡدَارُهُۥ خَمۡسِينَ أَلۡفَ سَنَةٖ
Transliteration: TaAAruju almalaikatu waalrroohu ilayhi fee yawmin kana miqdaruhu khamseena alfa sanatin
Translation: ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
فَٱصۡبِرۡ صَبۡرٗا جَمِيلًا ﴿5﴾فَٱصۡبِرۡ صَبۡرٗا جَمِيلًا
Transliteration: Faisbir sabran jameelan
Translation: এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।
إِنَّهُمۡ يَرَوۡنَهُۥ بَعِيدٗا ﴿6﴾إِنَّهُمۡ يَرَوۡنَهُۥ بَعِيدٗا
Transliteration: Innahum yarawnahu baAAeedan
Translation: সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।
وَنَرَىٰهُ قَرِيبٗا ﴿7﴾وَنَرَىٰهُ قَرِيبٗا
Transliteration: Wanarahu qareeban
Translation: আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।
يَوۡمَ تَكُونُ ٱلسَّمَآءُ كَٱلۡمُهۡلِ ﴿8﴾يَوۡمَ تَكُونُ ٱلسَّمَآءُ كَٱلۡمُهۡلِ
Transliteration: Yawma takoonu alssamao kaalmuhli
Translation: সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,
وَتَكُونُ ٱلۡجِبَالُ كَٱلۡعِهۡنِ ﴿9﴾وَتَكُونُ ٱلۡجِبَالُ كَٱلۡعِهۡنِ
Transliteration: Watakoonu aljibalu kaalAAihni
Translation: আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে,
وَلَا يَسۡـَٔلُ حَمِيمٌ حَمِيمٗا ﴿10﴾وَلَا يَسۡـَٔلُ حَمِيمٌ حَمِيمٗا
Transliteration: Wala yasalu hameemun hameeman
Translation: আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,
يُبَصَّرُونَهُمۡۚ يَوَدُّ ٱلۡمُجۡرِمُ لَوۡ يَفۡتَدِي مِنۡ عَذَابِ يَوۡمِئِذِۭ بِبَنِيهِ ﴿11﴾يُبَصَّرُونَهُمۡۚ يَوَدُّ ٱلۡمُجۡرِمُ لَوۡ يَفۡتَدِي مِنۡ عَذَابِ يَوۡمِئِذِۭ بِبَنِيهِ
Transliteration: Yubassaroonahum yawaddu almujrimu law yaftadee min AAathabi yawmiithin bibaneehi
Translation: সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,
وَصَٰحِبَتِهِۦ وَأَخِيهِ ﴿12﴾وَصَٰحِبَتِهِۦ وَأَخِيهِ
Transliteration: Wasahibatihi waakheehi
Translation: আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,
وَفَصِيلَتِهِ ٱلَّتِي تُـٔۡوِيهِ ﴿13﴾وَفَصِيلَتِهِ ٱلَّتِي تُـٔۡوِيهِ
Transliteration: Wafaseelatihi allatee tuweehi
Translation: আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,
وَمَن فِي ٱلۡأَرۡضِ جَمِيعٗا ثُمَّ يُنجِيهِ ﴿14﴾وَمَن فِي ٱلۡأَرۡضِ جَمِيعٗا ثُمَّ يُنجِيهِ
Transliteration: Waman fee alardi jameeAAan thumma yunjeehi
Translation: আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে (দিব বিচাৰিব), যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।
كَلَّآۖ إِنَّهَا لَظَىٰ ﴿15﴾كَلَّآۖ إِنَّهَا لَظَىٰ
Transliteration: Kalla innaha latha
Translation: কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই,
نَزَّاعَةٗ لِّلشَّوَىٰ ﴿16﴾نَزَّاعَةٗ لِّلشَّوَىٰ
Transliteration: NazzaAAatan lilshshawa
Translation: যিয়ে মূৰৰ ছাল খহাই পেলাব।
تَدۡعُواْ مَنۡ أَدۡبَرَ وَتَوَلَّىٰ ﴿17﴾تَدۡعُواْ مَنۡ أَدۡبَرَ وَتَوَلَّىٰ
Transliteration: TadAAoo man adbara watawalla
Translation: জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
وَجَمَعَ فَأَوۡعَىٰٓ ﴿18﴾وَجَمَعَ فَأَوۡعَىٰٓ
Transliteration: WajamaAAa faawAAa
Translation: আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল।
إِنَّ ٱلۡإِنسَٰنَ خُلِقَ هَلُوعًا ﴿19﴾۞إِنَّ ٱلۡإِنسَٰنَ خُلِقَ هَلُوعًا
Transliteration: Inna alinsana khuliqa halooAAan
Translation: নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।
إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعٗا ﴿20﴾إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعٗا
Transliteration: Itha massahu alshsharru jazooAAan
Translation: যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে।
وَإِذَا مَسَّهُ ٱلۡخَيۡرُ مَنُوعًا ﴿21﴾وَإِذَا مَسَّهُ ٱلۡخَيۡرُ مَنُوعًا
Transliteration: Waitha massahu alkhayru manooAAan
Translation: আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।
إِلَّا ٱلۡمُصَلِّينَ ﴿22﴾إِلَّا ٱلۡمُصَلِّينَ
Transliteration: Illa almusalleena
Translation: কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,
ٱلَّذِينَ هُمۡ عَلَىٰ صَلَاتِهِمۡ دَآئِمُونَ ﴿23﴾ٱلَّذِينَ هُمۡ عَلَىٰ صَلَاتِهِمۡ دَآئِمُونَ
Transliteration: Allatheena hum AAala salatihim daimoona
Translation: যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,
وَٱلَّذِينَ فِيٓ أَمۡوَٰلِهِمۡ حَقّٞ مَّعۡلُومٞ ﴿24﴾وَٱلَّذِينَ فِيٓ أَمۡوَٰلِهِمۡ حَقّٞ مَّعۡلُومٞ
Transliteration: Waallatheena fee amwalihim haqqun maAAloomun
Translation: আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে,
لِّلسَّآئِلِ وَٱلۡمَحۡرُومِ ﴿25﴾لِّلسَّآئِلِ وَٱلۡمَحۡرُومِ
Transliteration: Lilssaili waalmahroomi
Translation: খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,
وَٱلَّذِينَ يُصَدِّقُونَ بِيَوۡمِ ٱلدِّينِ ﴿26﴾وَٱلَّذِينَ يُصَدِّقُونَ بِيَوۡمِ ٱلدِّينِ
Transliteration: Waallatheena yusaddiqoona biyawmi alddeeni
Translation: আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।
وَٱلَّذِينَ هُم مِّنۡ عَذَابِ رَبِّهِم مُّشۡفِقُونَ ﴿27﴾وَٱلَّذِينَ هُم مِّنۡ عَذَابِ رَبِّهِم مُّشۡفِقُونَ
Transliteration: Waallatheena hum min AAathabi rabbihim mushfiqoona
Translation: আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--
إِنَّ عَذَابَ رَبِّهِمۡ غَيۡرُ مَأۡمُونٖ ﴿28﴾إِنَّ عَذَابَ رَبِّهِمۡ غَيۡرُ مَأۡمُونٖ
Transliteration: Inna AAathaba rabbihim ghayru mamoonin
Translation: নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়;
وَٱلَّذِينَ هُمۡ لِفُرُوجِهِمۡ حَٰفِظُونَ ﴿29﴾وَٱلَّذِينَ هُمۡ لِفُرُوجِهِمۡ حَٰفِظُونَ
Transliteration: Waallatheena hum lifuroojihim hafithoona
Translation: আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,
إِلَّا عَلَىٰٓ أَزۡوَٰجِهِمۡ أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُهُمۡ فَإِنَّهُمۡ غَيۡرُ مَلُومِينَ ﴿30﴾إِلَّا عَلَىٰٓ أَزۡوَٰجِهِمۡ أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُهُمۡ فَإِنَّهُمۡ غَيۡرُ مَلُومِينَ
Transliteration: Illa AAala azwajihim aw ma malakat aymanuhum fainnahum ghayru maloomeena
Translation: কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--
فَمَنِ ٱبۡتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُوْلَـٰٓئِكَ هُمُ ٱلۡعَادُونَ ﴿31﴾فَمَنِ ٱبۡتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُوْلَـٰٓئِكَ هُمُ ٱلۡعَادُونَ
Transliteration: Famani ibtagha waraa thalika faolaika humu alAAadoona
Translation: কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।
وَٱلَّذِينَ هُمۡ لِأَمَٰنَٰتِهِمۡ وَعَهۡدِهِمۡ رَٰعُونَ ﴿32﴾وَٱلَّذِينَ هُمۡ لِأَمَٰنَٰتِهِمۡ وَعَهۡدِهِمۡ رَٰعُونَ
Transliteration: Waallatheena hum liamanatihim waAAahdihim raAAoona
Translation: আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
وَٱلَّذِينَ هُم بِشَهَٰدَٰتِهِمۡ قَآئِمُونَ ﴿33﴾وَٱلَّذِينَ هُم بِشَهَٰدَٰتِهِمۡ قَآئِمُونَ
Transliteration: Waallatheena hum bishahadatihim qaimoona
Translation: আৰু যিসকলে নিজ সাক্ষ্যদানত অটল,
وَٱلَّذِينَ هُمۡ عَلَىٰ صَلَاتِهِمۡ يُحَافِظُونَ ﴿34﴾وَٱلَّذِينَ هُمۡ عَلَىٰ صَلَاتِهِمۡ يُحَافِظُونَ
Transliteration: Waallatheena hum AAala salatihim yuhafithoona
Translation: আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,
أُوْلَـٰٓئِكَ فِي جَنَّـٰتٖ مُّكۡرَمُونَ ﴿35﴾أُوْلَـٰٓئِكَ فِي جَنَّـٰتٖ مُّكۡرَمُونَ
Transliteration: Olaika fee jannatin mukramoona
Translation: তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।
فَمَالِ ٱلَّذِينَ كَفَرُواْ قِبَلَكَ مُهۡطِعِينَ ﴿36﴾فَمَالِ ٱلَّذِينَ كَفَرُواْ قِبَلَكَ مُهۡطِعِينَ
Transliteration: Famali allatheena kafaroo qibalaka muhtiAAeena
Translation: কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে?
عَنِ ٱلۡيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ ﴿37﴾عَنِ ٱلۡيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ
Transliteration: AAani alyameeni waAAani alshshimali AAizeena
Translation: সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে।
أَيَطۡمَعُ كُلُّ ٱمۡرِيٕٖ مِّنۡهُمۡ أَن يُدۡخَلَ جَنَّةَ نَعِيمٖ ﴿38﴾أَيَطۡمَعُ كُلُّ ٱمۡرِيٕٖ مِّنۡهُمۡ أَن يُدۡخَلَ جَنَّةَ نَعِيمٖ
Transliteration: AyatmaAAu kullu imriin minhum an yudkhala jannata naAAeemin
Translation: সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?
كَلَّآۖ إِنَّا خَلَقۡنَٰهُم مِّمَّا يَعۡلَمُونَ ﴿39﴾كَلَّآۖ إِنَّا خَلَقۡنَٰهُم مِّمَّا يَعۡلَمُونَ
Transliteration: Kalla inna khalaqnahum mimma yaAAlamoona
Translation: কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে।
فَلَآ أُقۡسِمُ بِرَبِّ ٱلۡمَشَٰرِقِ وَٱلۡمَغَٰرِبِ إِنَّا لَقَٰدِرُونَ ﴿40﴾فَلَآ أُقۡسِمُ بِرَبِّ ٱلۡمَشَٰرِقِ وَٱلۡمَغَٰرِبِ إِنَّا لَقَٰدِرُونَ
Transliteration: Fala oqsimu birabbi almashariqi waalmagharibi inna laqadiroona
Translation: এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম,
عَلَىٰٓ أَن نُّبَدِّلَ خَيۡرٗا مِّنۡهُمۡ وَمَا نَحۡنُ بِمَسۡبُوقِينَ ﴿41﴾عَلَىٰٓ أَن نُّبَدِّلَ خَيۡرٗا مِّنۡهُمۡ وَمَا نَحۡنُ بِمَسۡبُوقِينَ
Transliteration: AAala an nubaddila khayran minhum wama nahnu bimasbooqeena
Translation: সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।
فَذَرۡهُمۡ يَخُوضُواْ وَيَلۡعَبُواْ حَتَّىٰ يُلَٰقُواْ يَوۡمَهُمُ ٱلَّذِي يُوعَدُونَ ﴿42﴾فَذَرۡهُمۡ يَخُوضُواْ وَيَلۡعَبُواْ حَتَّىٰ يُلَٰقُواْ يَوۡمَهُمُ ٱلَّذِي يُوعَدُونَ
Transliteration: Fatharhum yakhoodoo wayalAAaboo hatta yulaqoo yawmahumu allathee yooAAadoona
Translation: এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।
يَوۡمَ يَخۡرُجُونَ مِنَ ٱلۡأَجۡدَاثِ سِرَاعٗا كَأَنَّهُمۡ إِلَىٰ نُصُبٖ يُوفِضُونَ ﴿43﴾يَوۡمَ يَخۡرُجُونَ مِنَ ٱلۡأَجۡدَاثِ سِرَاعٗا كَأَنَّهُمۡ إِلَىٰ نُصُبٖ يُوفِضُونَ
Transliteration: Yawma yakhrujoona mina alajdathi siraAAan kaannahum ila nusubin yoofidoona
Translation: সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে,
خَٰشِعَةً أَبۡصَٰرُهُمۡ تَرۡهَقُهُمۡ ذِلَّةٞۚ ذَٰلِكَ ٱلۡيَوۡمُ ٱلَّذِي كَانُواْ يُوعَدُونَ ﴿44﴾خَٰشِعَةً أَبۡصَٰرُهُمۡ تَرۡهَقُهُمۡ ذِلَّةٞۚ ذَٰلِكَ ٱلۡيَوۡمُ ٱلَّذِي كَانُواْ يُوعَدُونَ
Transliteration: KhashiAAatan absaruhum tarhaquhum thillatun thalika alyawmu allathee kanoo yooAAadoona
Translation: সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download