quranm◉

Surah Az-Zalzalah transliteration

◉ ছুৰা · ∞

99:1

إِذَا زُلۡزِلَتِ ٱلۡأَرۡضُ زِلۡزَالَهَا ﴿1﴾

Transliteration: Itha zulzilati alardu zilzalaha

Translation: যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব,

99:2

وَأَخۡرَجَتِ ٱلۡأَرۡضُ أَثۡقَالَهَا ﴿2﴾

Transliteration: Waakhrajati alardu athqalaha

Translation: আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,

99:3

وَقَالَ ٱلۡإِنسَٰنُ مَا لَهَا ﴿3﴾

Transliteration: Waqala alinsanu ma laha

Translation: আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?

99:4

يَوۡمَئِذٖ تُحَدِّثُ أَخۡبَارَهَا ﴿4﴾

Transliteration: Yawmaithin tuhaddithu akhbaraha

Translation: সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,

99:5

بِأَنَّ رَبَّكَ أَوۡحَىٰ لَهَا ﴿5﴾

Transliteration: Bianna rabbaka awha laha

Translation: কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,

99:6

يَوۡمَئِذٖ يَصۡدُرُ ٱلنَّاسُ أَشۡتَاتٗا لِّيُرَوۡاْ أَعۡمَٰلَهُمۡ ﴿6﴾

Transliteration: Yawmaithin yasduru alnnasu ashtatan liyuraw aAAmalahum

Translation: সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,

99:7

فَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٍ خَيۡرٗا يَرَهُۥ ﴿7﴾

Transliteration: Faman yaAAmal mithqala tharratin khayran yarahu

Translation: এতেকে যিয়ে অণু পৰিমাণ সত্কৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।

99:8

وَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٖ شَرّٗا يَرَهُۥ ﴿8﴾

Transliteration: Waman yaAAmal mithqala tharratin sharran yarahu

Translation: আৰু যিয়ে অণু পৰিমাণ অসত্কৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download