quranm◉

Surah Al-Fatihah transliteration

◉ ছুৰা · ∞

1:1

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ ﴿1﴾

Transliteration: Bismi Allahi alrrahmani alrraheemi

Translation: (আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

1:2

ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ ﴿2﴾

Transliteration: Alhamdu lillahi rabbi alAAalameena

Translation: সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।

1:3

ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ ﴿3﴾

Transliteration: Alrrahmani alrraheemi

Translation: যিজন পৰম কৰুণাময়, পৰম দয়ালু।

1:4

مَٰلِكِ يَوۡمِ ٱلدِّينِ ﴿4﴾

Transliteration: Maliki yawmi alddeeni

Translation: বিচাৰ দিৱসৰ মালিক।

1:5

إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ ﴿5﴾

Transliteration: Iyyaka naAAbudu waiyyaka nastaAAeenu

Translation: আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ।

1:6

ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ ﴿6﴾

Transliteration: Ihdina alssirata almustaqeema

Translation: আমাক সৰল পথৰ হিদায়ত দিয়া।

1:7

صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ ﴿7﴾

Transliteration: Sirata allatheena anAAamta AAalayhim ghayri almaghdoobi AAalayhim wala alddalleena

Translation: তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download