قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ ﴿1﴾قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ
Transliteration: Qul aAAoothu birabbi alfalaqi
Translation: কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।
قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ ﴿1﴾قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ
Transliteration: Qul aAAoothu birabbi alfalaqi
Translation: কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।
مِن شَرِّ مَا خَلَقَ ﴿2﴾مِن شَرِّ مَا خَلَقَ
Transliteration: Min sharri ma khalaqa
Translation: তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,
وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ ﴿3﴾وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ
Transliteration: Wamin sharri ghasiqin itha waqaba
Translation: আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,
وَمِن شَرِّ ٱلنَّفَّـٰثَٰتِ فِي ٱلۡعُقَدِ ﴿4﴾وَمِن شَرِّ ٱلنَّفَّـٰثَٰتِ فِي ٱلۡعُقَدِ
Transliteration: Wamin sharri alnnaffathati fee alAAuqadi
Translation: আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,
وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ ﴿5﴾وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ
Transliteration: Wamin sharri hasidin itha hasada
Translation: আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download