ٱلرَّحۡمَٰنُ ﴿1﴾ٱلرَّحۡمَٰنُ
Transliteration: Alrrahmanu
Translation: আৰ-ৰাহমান, (দয়াময় আল্লাহ)
ٱلرَّحۡمَٰنُ ﴿1﴾ٱلرَّحۡمَٰنُ
Transliteration: Alrrahmanu
Translation: আৰ-ৰাহমান, (দয়াময় আল্লাহ)
عَلَّمَ ٱلۡقُرۡءَانَ ﴿2﴾عَلَّمَ ٱلۡقُرۡءَانَ
Transliteration: AAallama alqurana
Translation: তেৱেঁই শিক্ষা দিছে কোৰআন,
خَلَقَ ٱلۡإِنسَٰنَ ﴿3﴾خَلَقَ ٱلۡإِنسَٰنَ
Transliteration: Khalaqa alinsana
Translation: তেৱেঁই সৃষ্টি কৰিছে মানুহ,
عَلَّمَهُ ٱلۡبَيَانَ ﴿4﴾عَلَّمَهُ ٱلۡبَيَانَ
Transliteration: AAallamahu albayana
Translation: তেৱেঁই তাক ভাষা শিকাইছে,
ٱلشَّمۡسُ وَٱلۡقَمَرُ بِحُسۡبَانٖ ﴿5﴾ٱلشَّمۡسُ وَٱلۡقَمَرُ بِحُسۡبَانٖ
Transliteration: Alshshamsu waalqamaru bihusbanin
Translation: সূৰ্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,
وَٱلنَّجۡمُ وَٱلشَّجَرُ يَسۡجُدَانِ ﴿6﴾وَٱلنَّجۡمُ وَٱلشَّجَرُ يَسۡجُدَانِ
Transliteration: Waalnnajmu waalshshajaru yasjudani
Translation: আৰু তৃণলতা আৰু বৃক্ষাদিয়ে ছাজদা কৰে,
وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلۡمِيزَانَ ﴿7﴾وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلۡمِيزَانَ
Transliteration: Waalssamaa rafaAAaha wawadaAAa almeezana
Translation: আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,
أَلَّا تَطۡغَوۡاْ فِي ٱلۡمِيزَانِ ﴿8﴾أَلَّا تَطۡغَوۡاْ فِي ٱلۡمِيزَانِ
Transliteration: Alla tatghaw fee almeezani
Translation: যাতে তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা।
وَأَقِيمُواْ ٱلۡوَزۡنَ بِٱلۡقِسۡطِ وَلَا تُخۡسِرُواْ ٱلۡمِيزَانَ ﴿9﴾وَأَقِيمُواْ ٱلۡوَزۡنَ بِٱلۡقِسۡطِ وَلَا تُخۡسِرُواْ ٱلۡمِيزَانَ
Transliteration: Waaqeemoo alwazna bialqisti wala tukhsiroo almeezana
Translation: আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।
وَٱلۡأَرۡضَ وَضَعَهَا لِلۡأَنَامِ ﴿10﴾وَٱلۡأَرۡضَ وَضَعَهَا لِلۡأَنَامِ
Transliteration: Waalarda wadaAAaha lilanami
Translation: আৰু পৃথিৱীখনক তেওঁ সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;
فِيهَا فَٰكِهَةٞ وَٱلنَّخۡلُ ذَاتُ ٱلۡأَكۡمَامِ ﴿11﴾فِيهَا فَٰكِهَةٞ وَٱلنَّخۡلُ ذَاتُ ٱلۡأَكۡمَامِ
Transliteration: Feeha fakihatun waalnnakhlu thatu alakmami
Translation: য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,
وَٱلۡحَبُّ ذُو ٱلۡعَصۡفِ وَٱلرَّيۡحَانُ ﴿12﴾وَٱلۡحَبُّ ذُو ٱلۡعَصۡفِ وَٱلرَّيۡحَانُ
Transliteration: Waalhabbu thoo alAAasfi waalrrayhani
Translation: আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿13﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
خَلَقَ ٱلۡإِنسَٰنَ مِن صَلۡصَٰلٖ كَٱلۡفَخَّارِ ﴿14﴾خَلَقَ ٱلۡإِنسَٰنَ مِن صَلۡصَٰلٖ كَٱلۡفَخَّارِ
Transliteration: Khalaqa alinsana min salsalin kaalfakhkhari
Translation: তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত শুকান মাটিৰ পৰা যিটো পোৰা মাটিৰ দৰে,
وَخَلَقَ ٱلۡجَآنَّ مِن مَّارِجٖ مِّن نَّارٖ ﴿15﴾وَخَلَقَ ٱلۡجَآنَّ مِن مَّارِجٖ مِّن نَّارٖ
Transliteration: Wakhalaqa aljanna min marijin min narin
Translation: আৰু তেৱেঁই জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿16﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
رَبُّ ٱلۡمَشۡرِقَيۡنِ وَرَبُّ ٱلۡمَغۡرِبَيۡنِ ﴿17﴾رَبُّ ٱلۡمَشۡرِقَيۡنِ وَرَبُّ ٱلۡمَغۡرِبَيۡنِ
Transliteration: Rabbu almashriqayni warabbu almaghribayni
Translation: তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿18﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
مَرَجَ ٱلۡبَحۡرَيۡنِ يَلۡتَقِيَانِ ﴿19﴾مَرَجَ ٱلۡبَحۡرَيۡنِ يَلۡتَقِيَانِ
Transliteration: Maraja albahrayni yaltaqiyani
Translation: তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,
بَيۡنَهُمَا بَرۡزَخٞ لَّا يَبۡغِيَانِ ﴿20﴾بَيۡنَهُمَا بَرۡزَخٞ لَّا يَبۡغِيَانِ
Transliteration: Baynahuma barzakhun la yabghiyani
Translation: কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿21﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
يَخۡرُجُ مِنۡهُمَا ٱللُّؤۡلُؤُ وَٱلۡمَرۡجَانُ ﴿22﴾يَخۡرُجُ مِنۡهُمَا ٱللُّؤۡلُؤُ وَٱلۡمَرۡجَانُ
Transliteration: Yakhruju minhuma alluluo waalmarjanu
Translation: উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿23﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
وَلَهُ ٱلۡجَوَارِ ٱلۡمُنشَـَٔاتُ فِي ٱلۡبَحۡرِ كَٱلۡأَعۡلَٰمِ ﴿24﴾وَلَهُ ٱلۡجَوَارِ ٱلۡمُنشَـَٔاتُ فِي ٱلۡبَحۡرِ كَٱلۡأَعۡلَٰمِ
Transliteration: Walahu aljawari almunshaatu fee albahri kaalaAAlami
Translation: আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿25﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
كُلُّ مَنۡ عَلَيۡهَا فَانٖ ﴿26﴾كُلُّ مَنۡ عَلَيۡهَا فَانٖ
Transliteration: Kullu man AAalayha fanin
Translation: ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,
وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ﴿27﴾وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ
Transliteration: Wayabqa wajhu rabbika thoo aljalali waalikrami
Translation: আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿28﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
يَسۡـَٔلُهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ كُلَّ يَوۡمٍ هُوَ فِي شَأۡنٖ ﴿29﴾يَسۡـَٔلُهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ كُلَّ يَوۡمٍ هُوَ فِي شَأۡنٖ
Transliteration: Yasaluhu man fee alssamawati waalardi kulla yawmin huwa fee shanin
Translation: আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থী, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿30﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
سَنَفۡرُغُ لَكُمۡ أَيُّهَ ٱلثَّقَلَانِ ﴿31﴾سَنَفۡرُغُ لَكُمۡ أَيُّهَ ٱلثَّقَلَانِ
Transliteration: Sanafrughu lakum ayyuha alththaqalani
Translation: হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিবেশ কৰিম।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿32﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
يَٰمَعۡشَرَ ٱلۡجِنِّ وَٱلۡإِنسِ إِنِ ٱسۡتَطَعۡتُمۡ أَن تَنفُذُواْ مِنۡ أَقۡطَارِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ فَٱنفُذُواْۚ لَا تَنفُذُونَ إِلَّا بِسُلۡطَٰنٖ ﴿33﴾يَٰمَعۡشَرَ ٱلۡجِنِّ وَٱلۡإِنسِ إِنِ ٱسۡتَطَعۡتُمۡ أَن تَنفُذُواْ مِنۡ أَقۡطَارِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ فَٱنفُذُواْۚ لَا تَنفُذُونَ إِلَّا بِسُلۡطَٰنٖ
Transliteration: Ya maAAshara aljinni waalinsi ini istataAAtum an tanfuthoo min aqtari alssamawati waalardi faonfuthoo la tanfuthoona illa bisultanin
Translation: হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তিবিহীন অতিক্ৰম কৰিব নোৱাৰিবা।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿34﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
يُرۡسَلُ عَلَيۡكُمَا شُوَاظٞ مِّن نَّارٖ وَنُحَاسٞ فَلَا تَنتَصِرَانِ ﴿35﴾يُرۡسَلُ عَلَيۡكُمَا شُوَاظٞ مِّن نَّارٖ وَنُحَاسٞ فَلَا تَنتَصِرَانِ
Transliteration: Yursalu AAalaykuma shuwathun min narin wanuhasun fala tantasirani
Translation: তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ, তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿36﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتۡ وَرۡدَةٗ كَٱلدِّهَانِ ﴿37﴾فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتۡ وَرۡدَةٗ كَٱلدِّهَانِ
Transliteration: Faitha inshaqqati alssamao fakanat wardatan kaalddihani
Translation: যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿38﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فَيَوۡمَئِذٖ لَّا يُسۡـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٞ وَلَا جَآنّٞ ﴿39﴾فَيَوۡمَئِذٖ لَّا يُسۡـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٞ وَلَا جَآنّٞ
Transliteration: Fayawmaithin la yusalu AAan thanbihi insun wala jannun
Translation: গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿40﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
يُعۡرَفُ ٱلۡمُجۡرِمُونَ بِسِيمَٰهُمۡ فَيُؤۡخَذُ بِٱلنَّوَٰصِي وَٱلۡأَقۡدَامِ ﴿41﴾يُعۡرَفُ ٱلۡمُجۡرِمُونَ بِسِيمَٰهُمۡ فَيُؤۡخَذُ بِٱلنَّوَٰصِي وَٱلۡأَقۡدَامِ
Transliteration: YuAArafu almujrimoona biseemahum fayukhathu bialnnawasee waalaqdami
Translation: অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿42﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
هَٰذِهِۦ جَهَنَّمُ ٱلَّتِي يُكَذِّبُ بِهَا ٱلۡمُجۡرِمُونَ ﴿43﴾هَٰذِهِۦ جَهَنَّمُ ٱلَّتِي يُكَذِّبُ بِهَا ٱلۡمُجۡرِمُونَ
Transliteration: Hathihi jahannamu allatee yukaththibu biha almujrimoona
Translation: এইটোৱেই সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।
يَطُوفُونَ بَيۡنَهَا وَبَيۡنَ حَمِيمٍ ءَانٖ ﴿44﴾يَطُوفُونَ بَيۡنَهَا وَبَيۡنَ حَمِيمٍ ءَانٖ
Transliteration: Yatoofoona baynaha wabayna hameemin anin
Translation: সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿45﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
وَلِمَنۡ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ ﴿46﴾وَلِمَنۡ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ
Transliteration: Waliman khafa maqama rabbihi jannatani
Translation: আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুটা জান্নাত।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿47﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
ذَوَاتَآ أَفۡنَانٖ ﴿48﴾ذَوَاتَآ أَفۡنَانٖ
Transliteration: Thawata afnanin
Translation: উভয়েই বহু ফল শাখাবিশিষ্ট।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿49﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فِيهِمَا عَيۡنَانِ تَجۡرِيَانِ ﴿50﴾فِيهِمَا عَيۡنَانِ تَجۡرِيَانِ
Transliteration: Feehima AAaynani tajriyani
Translation: উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা;
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿51﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فِيهِمَا مِن كُلِّ فَٰكِهَةٖ زَوۡجَانِ ﴿52﴾فِيهِمَا مِن كُلِّ فَٰكِهَةٖ زَوۡجَانِ
Transliteration: Feehima min kulli fakihatin zawjani
Translation: উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿53﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
مُتَّكِـِٔينَ عَلَىٰ فُرُشِۭ بَطَآئِنُهَا مِنۡ إِسۡتَبۡرَقٖۚ وَجَنَى ٱلۡجَنَّتَيۡنِ دَانٖ ﴿54﴾مُتَّكِـِٔينَ عَلَىٰ فُرُشِۭ بَطَآئِنُهَا مِنۡ إِسۡتَبۡرَقٖۚ وَجَنَى ٱلۡجَنَّتَيۡنِ دَانٖ
Transliteration: Muttakieena AAala furushin batainuha min istabraqin wajana aljannatayni danin
Translation: তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿55﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فِيهِنَّ قَٰصِرَٰتُ ٱلطَّرۡفِ لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ ﴿56﴾فِيهِنَّ قَٰصِرَٰتُ ٱلطَّرۡفِ لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ
Transliteration: Feehinna qasiratu alttarfi lam yatmithhunna insun qablahum wala jannun
Translation: তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿57﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
كَأَنَّهُنَّ ٱلۡيَاقُوتُ وَٱلۡمَرۡجَانُ ﴿58﴾كَأَنَّهُنَّ ٱلۡيَاقُوتُ وَٱلۡمَرۡجَانُ
Transliteration: Kaannahunna alyaqootu waalmarjanu
Translation: সিহঁত যেনিবা হীৰা আৰু মুকুতা।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿59﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
هَلۡ جَزَآءُ ٱلۡإِحۡسَٰنِ إِلَّا ٱلۡإِحۡسَٰنُ ﴿60﴾هَلۡ جَزَآءُ ٱلۡإِحۡسَٰنِ إِلَّا ٱلۡإِحۡسَٰنُ
Transliteration: Hal jazao alihsani illa alihsanu
Translation: উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰু কি হ’ব পাৰে?
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿61﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
وَمِن دُونِهِمَا جَنَّتَانِ ﴿62﴾وَمِن دُونِهِمَا جَنَّتَانِ
Transliteration: Wamin doonihima jannatani
Translation: আৰু সেই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿63﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
مُدۡهَآمَّتَانِ ﴿64﴾مُدۡهَآمَّتَانِ
Transliteration: Mudhammatani
Translation: জান্নাত দুখন হৈছে ঘন সেইউজীয়া।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿65﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فِيهِمَا عَيۡنَانِ نَضَّاخَتَانِ ﴿66﴾فِيهِمَا عَيۡنَانِ نَضَّاخَتَانِ
Transliteration: Feehima AAaynani naddakhatani
Translation: এই দুখন জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿67﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فِيهِمَا فَٰكِهَةٞ وَنَخۡلٞ وَرُمَّانٞ ﴿68﴾فِيهِمَا فَٰكِهَةٞ وَنَخۡلٞ وَرُمَّانٞ
Transliteration: Feehima fakihatun wanakhlun warummanun
Translation: তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿69﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
فِيهِنَّ خَيۡرَٰتٌ حِسَانٞ ﴿70﴾فِيهِنَّ خَيۡرَٰتٌ حِسَانٞ
Transliteration: Feehinna khayratun hisanun
Translation: সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿71﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
حُورٞ مَّقۡصُورَٰتٞ فِي ٱلۡخِيَامِ ﴿72﴾حُورٞ مَّقۡصُورَٰتٞ فِي ٱلۡخِيَامِ
Transliteration: Hoorun maqsooratun fee alkhiyami
Translation: চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿73﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ ﴿74﴾لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ
Transliteration: Lam yatmithhunna insun qablahum wala jannun
Translation: যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿75﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
مُتَّكِـِٔينَ عَلَىٰ رَفۡرَفٍ خُضۡرٖ وَعَبۡقَرِيٍّ حِسَانٖ ﴿76﴾مُتَّكِـِٔينَ عَلَىٰ رَفۡرَفٍ خُضۡرٖ وَعَبۡقَرِيٍّ حِسَانٖ
Transliteration: Muttakieena AAala rafrafin khudrin waAAabqariyyin hisanin
Translation: সিহঁতে আউজি বহিব সেইউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।
فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿77﴾فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Transliteration: Fabiayyi alai rabbikuma tukaththibani
Translation: এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
تَبَٰرَكَ ٱسۡمُ رَبِّكَ ذِي ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ﴿78﴾تَبَٰرَكَ ٱسۡمُ رَبِّكَ ذِي ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ
Transliteration: Tabaraka ismu rabbika thee aljalali waalikrami
Translation: বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download