ٱلۡحَآقَّةُ ﴿1﴾ٱلۡحَآقَّةُ
Transliteration: Alhaqqatu
Translation: সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)
ٱلۡحَآقَّةُ ﴿1﴾ٱلۡحَآقَّةُ
Transliteration: Alhaqqatu
Translation: সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)
مَا ٱلۡحَآقَّةُ ﴿2﴾مَا ٱلۡحَآقَّةُ
Transliteration: Ma alhaqqatu
Translation: কি সেই অৱশ্যম্ভাৱী ঘটনা?
وَمَآ أَدۡرَىٰكَ مَا ٱلۡحَآقَّةُ ﴿3﴾وَمَآ أَدۡرَىٰكَ مَا ٱلۡحَآقَّةُ
Transliteration: Wama adraka ma alhaqqatu
Translation: আৰু কিহে তোমাক জনাব সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?
كَذَّبَتۡ ثَمُودُ وَعَادُۢ بِٱلۡقَارِعَةِ ﴿4﴾كَذَّبَتۡ ثَمُودُ وَعَادُۢ بِٱلۡقَارِعَةِ
Transliteration: Kaththabat thamoodu waAAadun bialqariAAati
Translation: ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।
فَأَمَّا ثَمُودُ فَأُهۡلِكُواْ بِٱلطَّاغِيَةِ ﴿5﴾فَأَمَّا ثَمُودُ فَأُهۡلِكُواْ بِٱلطَّاغِيَةِ
Transliteration: Faamma thamoodu faohlikoo bialttaghiyati
Translation: সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।
وَأَمَّا عَادٞ فَأُهۡلِكُواْ بِرِيحٖ صَرۡصَرٍ عَاتِيَةٖ ﴿6﴾وَأَمَّا عَادٞ فَأُهۡلِكُواْ بِرِيحٖ صَرۡصَرٍ عَاتِيَةٖ
Transliteration: Waamma AAadun faohlikoo bireehin sarsarin AAatiyatin
Translation: আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,
سَخَّرَهَا عَلَيۡهِمۡ سَبۡعَ لَيَالٖ وَثَمَٰنِيَةَ أَيَّامٍ حُسُومٗاۖ فَتَرَى ٱلۡقَوۡمَ فِيهَا صَرۡعَىٰ كَأَنَّهُمۡ أَعۡجَازُ نَخۡلٍ خَاوِيَةٖ ﴿7﴾سَخَّرَهَا عَلَيۡهِمۡ سَبۡعَ لَيَالٖ وَثَمَٰنِيَةَ أَيَّامٍ حُسُومٗاۖ فَتَرَى ٱلۡقَوۡمَ فِيهَا صَرۡعَىٰ كَأَنَّهُمۡ أَعۡجَازُ نَخۡلٍ خَاوِيَةٖ
Transliteration: Sakhkharaha AAalayhim sabAAa layalin wathamaniyata ayyamin husooman fatara alqawma feeha sarAAa kaannahum aAAjazu nakhlin khawiyatun
Translation: ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেনে সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।
فَهَلۡ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٖ ﴿8﴾فَهَلۡ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٖ
Transliteration: Fahal tara lahum min baqiyatin
Translation: ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে?
وَجَآءَ فِرۡعَوۡنُ وَمَن قَبۡلَهُۥ وَٱلۡمُؤۡتَفِكَٰتُ بِٱلۡخَاطِئَةِ ﴿9﴾وَجَآءَ فِرۡعَوۡنُ وَمَن قَبۡلَهُۥ وَٱلۡمُؤۡتَفِكَٰتُ بِٱلۡخَاطِئَةِ
Transliteration: Wajaa firAAawnu waman qablahu waalmutafikatu bialkhatiati
Translation: আৰু ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে লগতে ওলোটাই দিয়া জনপদবাসীয়ে জঘন্য পাপ কামত লিপ্ত আছিল।
فَعَصَوۡاْ رَسُولَ رَبِّهِمۡ فَأَخَذَهُمۡ أَخۡذَةٗ رَّابِيَةً ﴿10﴾فَعَصَوۡاْ رَسُولَ رَبِّهِمۡ فَأَخَذَهُمۡ أَخۡذَةٗ رَّابِيَةً
Transliteration: FaAAasaw rasoola rabbihim faakhathahum akhthatan rabiyatan
Translation: আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিলে।
إِنَّا لَمَّا طَغَا ٱلۡمَآءُ حَمَلۡنَٰكُمۡ فِي ٱلۡجَارِيَةِ ﴿11﴾إِنَّا لَمَّا طَغَا ٱلۡمَآءُ حَمَلۡنَٰكُمۡ فِي ٱلۡجَارِيَةِ
Transliteration: Inna lamma tagha almao hamalnakum fee aljariyati
Translation: যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।
لِنَجۡعَلَهَا لَكُمۡ تَذۡكِرَةٗ وَتَعِيَهَآ أُذُنٞ وَٰعِيَةٞ ﴿12﴾لِنَجۡعَلَهَا لَكُمۡ تَذۡكِرَةٗ وَتَعِيَهَآ أُذُنٞ وَٰعِيَةٞ
Transliteration: LinajAAalaha lakum tathkiratan wataAAiyaha othunun waAAiyatun
Translation: আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এই বাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।
فَإِذَا نُفِخَ فِي ٱلصُّورِ نَفۡخَةٞ وَٰحِدَةٞ ﴿13﴾فَإِذَا نُفِخَ فِي ٱلصُّورِ نَفۡخَةٞ وَٰحِدَةٞ
Transliteration: Faitha nufikha fee alssoori nafkhatun wahidatun
Translation: এতেকে যেতিয়া শিঙাত ফু দিয়া হ’ব—কেৱল এটা ফু।
وَحُمِلَتِ ٱلۡأَرۡضُ وَٱلۡجِبَالُ فَدُكَّتَا دَكَّةٗ وَٰحِدَةٗ ﴿14﴾وَحُمِلَتِ ٱلۡأَرۡضُ وَٱلۡجِبَالُ فَدُكَّتَا دَكَّةٗ وَٰحِدَةٗ
Transliteration: Wahumilati alardu waaljibalu fadukkata dakkatan wahidatan
Translation: আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।
فَيَوۡمَئِذٖ وَقَعَتِ ٱلۡوَاقِعَةُ ﴿15﴾فَيَوۡمَئِذٖ وَقَعَتِ ٱلۡوَاقِعَةُ
Transliteration: Fayawmaithin waqaAAati alwaqiAAatu
Translation: ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।
وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِيَ يَوۡمَئِذٖ وَاهِيَةٞ ﴿16﴾وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِيَ يَوۡمَئِذٖ وَاهِيَةٞ
Transliteration: Wainshaqqati alssamao fahiya yawmaithin wahiyatun
Translation: আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।
وَٱلۡمَلَكُ عَلَىٰٓ أَرۡجَآئِهَاۚ وَيَحۡمِلُ عَرۡشَ رَبِّكَ فَوۡقَهُمۡ يَوۡمَئِذٖ ثَمَٰنِيَةٞ ﴿17﴾وَٱلۡمَلَكُ عَلَىٰٓ أَرۡجَآئِهَاۚ وَيَحۡمِلُ عَرۡشَ رَبِّكَ فَوۡقَهُمۡ يَوۡمَئِذٖ ثَمَٰنِيَةٞ
Transliteration: Waalmalaku AAala arjaiha wayahmilu AAarsha rabbika fawqahum yawmaithin thamaniyatun
Translation: আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।
يَوۡمَئِذٖ تُعۡرَضُونَ لَا تَخۡفَىٰ مِنكُمۡ خَافِيَةٞ ﴿18﴾يَوۡمَئِذٖ تُعۡرَضُونَ لَا تَخۡفَىٰ مِنكُمۡ خَافِيَةٞ
Transliteration: Yawmaithin tuAAradoona la takhfa minkum khafiyatun
Translation: সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।
فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقۡرَءُواْ كِتَٰبِيَهۡ ﴿19﴾فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقۡرَءُواْ كِتَٰبِيَهۡ
Transliteration: Faamma man ootiya kitabahu biyameenihi fayaqoolu haomu iqraoo kitabiyah
Translation: তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।
إِنِّي ظَنَنتُ أَنِّي مُلَٰقٍ حِسَابِيَهۡ ﴿20﴾إِنِّي ظَنَنتُ أَنِّي مُلَٰقٍ حِسَابِيَهۡ
Transliteration: Innee thanantu annee mulaqin hisabiyah
Translation: ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।
فَهُوَ فِي عِيشَةٖ رَّاضِيَةٖ ﴿21﴾فَهُوَ فِي عِيشَةٖ رَّاضِيَةٖ
Transliteration: Fahuwa fee AAeeshatin radiyatin
Translation: তেওঁ থাকিব সন্তোষজনক জীৱনত;
فِي جَنَّةٍ عَالِيَةٖ ﴿22﴾فِي جَنَّةٍ عَالِيَةٖ
Transliteration: Fee jannatin AAaliyatin
Translation: সুউচ্চ জান্নাতত,
قُطُوفُهَا دَانِيَةٞ ﴿23﴾قُطُوفُهَا دَانِيَةٞ
Transliteration: Qutoofuha daniyatun
Translation: যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।
كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَآ أَسۡلَفۡتُمۡ فِي ٱلۡأَيَّامِ ٱلۡخَالِيَةِ ﴿24﴾كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَآ أَسۡلَفۡتُمۡ فِي ٱلۡأَيَّامِ ٱلۡخَالِيَةِ
Transliteration: Kuloo waishraboo haneean bima aslaftum fee alayyami alkhaliyati
Translation: (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।
وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَٰلَيۡتَنِي لَمۡ أُوتَ كِتَٰبِيَهۡ ﴿25﴾وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَٰلَيۡتَنِي لَمۡ أُوتَ كِتَٰبِيَهۡ
Transliteration: Waamma man ootiya kitabahu bishimalihi fayaqoolu ya laytanee lam oota kitabiyah
Translation: কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’!
وَلَمۡ أَدۡرِ مَا حِسَابِيَهۡ ﴿26﴾وَلَمۡ أَدۡرِ مَا حِسَابِيَهۡ
Transliteration: Walam adri ma hisabiyah
Translation: ‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ!
يَٰلَيۡتَهَا كَانَتِ ٱلۡقَاضِيَةَ ﴿27﴾يَٰلَيۡتَهَا كَانَتِ ٱلۡقَاضِيَةَ
Transliteration: Ya laytaha kanati alqadiyatu
Translation: ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন!
مَآ أَغۡنَىٰ عَنِّي مَالِيَهۡۜ ﴿28﴾مَآ أَغۡنَىٰ عَنِّي مَالِيَهۡۜ
Transliteration: Ma aghna AAannee maliyah
Translation: ‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।
هَلَكَ عَنِّي سُلۡطَٰنِيَهۡ ﴿29﴾هَلَكَ عَنِّي سُلۡطَٰنِيَهۡ
Transliteration: Halaka AAannee sultaniyah
Translation: ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।
خُذُوهُ فَغُلُّوهُ ﴿30﴾خُذُوهُ فَغُلُّوهُ
Transliteration: Khuthoohu faghulloohu
Translation: (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।
ثُمَّ ٱلۡجَحِيمَ صَلُّوهُ ﴿31﴾ثُمَّ ٱلۡجَحِيمَ صَلُّوهُ
Transliteration: Thumma aljaheema salloohu
Translation: ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।
ثُمَّ فِي سِلۡسِلَةٖ ذَرۡعُهَا سَبۡعُونَ ذِرَاعٗا فَٱسۡلُكُوهُ ﴿32﴾ثُمَّ فِي سِلۡسِلَةٖ ذَرۡعُهَا سَبۡعُونَ ذِرَاعٗا فَٱسۡلُكُوهُ
Transliteration: Thumma fee silsilatin tharAAuha sabAAoona thiraAAan faoslukoohu
Translation: তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।
إِنَّهُۥ كَانَ لَا يُؤۡمِنُ بِٱللَّهِ ٱلۡعَظِيمِ ﴿33﴾إِنَّهُۥ كَانَ لَا يُؤۡمِنُ بِٱللَّهِ ٱلۡعَظِيمِ
Transliteration: Innahu kana la yuminu biAllahi alAAatheemi
Translation: নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ ﴿34﴾وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ
Transliteration: Wala yahuddu AAala taAAami almiskeeni
Translation: আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।
فَلَيۡسَ لَهُ ٱلۡيَوۡمَ هَٰهُنَا حَمِيمٞ ﴿35﴾فَلَيۡسَ لَهُ ٱلۡيَوۡمَ هَٰهُنَا حَمِيمٞ
Transliteration: Falaysa lahu alyawma hahuna hameemun
Translation: এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।
وَلَا طَعَامٌ إِلَّا مِنۡ غِسۡلِينٖ ﴿36﴾وَلَا طَعَامٌ إِلَّا مِنۡ غِسۡلِينٖ
Transliteration: Wala taAAamun illa min ghisleenin
Translation: আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,
لَّا يَأۡكُلُهُۥٓ إِلَّا ٱلۡخَٰطِـُٔونَ ﴿37﴾لَّا يَأۡكُلُهُۥٓ إِلَّا ٱلۡخَٰطِـُٔونَ
Transliteration: La yakuluhu illa alkhatioona
Translation: যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।
فَلَآ أُقۡسِمُ بِمَا تُبۡصِرُونَ ﴿38﴾فَلَآ أُقۡسِمُ بِمَا تُبۡصِرُونَ
Transliteration: Fala oqsimu bima tubsiroona
Translation: এতেকে মই শপত কৰো সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা,
وَمَا لَا تُبۡصِرُونَ ﴿39﴾وَمَا لَا تُبۡصِرُونَ
Transliteration: Wama la tubsiroona
Translation: আৰু তাৰো শপত কৰো যিবোৰ তোমালোকে দেখা নোপোৱা;
إِنَّهُۥ لَقَوۡلُ رَسُولٖ كَرِيمٖ ﴿40﴾إِنَّهُۥ لَقَوۡلُ رَسُولٖ كَرِيمٖ
Transliteration: Innahu laqawlu rasoolin kareemin
Translation: নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।
وَمَا هُوَ بِقَوۡلِ شَاعِرٖۚ قَلِيلٗا مَّا تُؤۡمِنُونَ ﴿41﴾وَمَا هُوَ بِقَوۡلِ شَاعِرٖۚ قَلِيلٗا مَّا تُؤۡمِنُونَ
Transliteration: Wama huwa biqawli shaAAirin qaleelan ma tuminoona
Translation: আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
وَلَا بِقَوۡلِ كَاهِنٖۚ قَلِيلٗا مَّا تَذَكَّرُونَ ﴿42﴾وَلَا بِقَوۡلِ كَاهِنٖۚ قَلِيلٗا مَّا تَذَكَّرُونَ
Transliteration: Wala biqawli kahinin qaleelan ma tathakkaroona
Translation: আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
تَنزِيلٞ مِّن رَّبِّ ٱلۡعَٰلَمِينَ ﴿43﴾تَنزِيلٞ مِّن رَّبِّ ٱلۡعَٰلَمِينَ
Transliteration: Tanzeelun min rabbi alAAalameena
Translation: এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
وَلَوۡ تَقَوَّلَ عَلَيۡنَا بَعۡضَ ٱلۡأَقَاوِيلِ ﴿44﴾وَلَوۡ تَقَوَّلَ عَلَيۡنَا بَعۡضَ ٱلۡأَقَاوِيلِ
Transliteration: Walaw taqawwala AAalayna baAAda alaqaweeli
Translation: যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,
لَأَخَذۡنَا مِنۡهُ بِٱلۡيَمِينِ ﴿45﴾لَأَخَذۡنَا مِنۡهُ بِٱلۡيَمِينِ
Transliteration: Laakhathna minhu bialyameeni
Translation: তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,
ثُمَّ لَقَطَعۡنَا مِنۡهُ ٱلۡوَتِينَ ﴿46﴾ثُمَّ لَقَطَعۡنَا مِنۡهُ ٱلۡوَتِينَ
Transliteration: Thumma laqataAAna minhu alwateena
Translation: তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,
فَمَا مِنكُم مِّنۡ أَحَدٍ عَنۡهُ حَٰجِزِينَ ﴿47﴾فَمَا مِنكُم مِّنۡ أَحَدٍ عَنۡهُ حَٰجِزِينَ
Transliteration: Fama minkum min ahadin AAanhu hajizeena
Translation: এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।
وَإِنَّهُۥ لَتَذۡكِرَةٞ لِّلۡمُتَّقِينَ ﴿48﴾وَإِنَّهُۥ لَتَذۡكِرَةٞ لِّلۡمُتَّقِينَ
Transliteration: Wainnahu latathkiratun lilmuttaqeena
Translation: আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।
وَإِنَّا لَنَعۡلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ ﴿49﴾وَإِنَّا لَنَعۡلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ
Transliteration: Wainna lanaAAlamu anna minkum mukaththibeena
Translation: আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।
وَإِنَّهُۥ لَحَسۡرَةٌ عَلَى ٱلۡكَٰفِرِينَ ﴿50﴾وَإِنَّهُۥ لَحَسۡرَةٌ عَلَى ٱلۡكَٰفِرِينَ
Transliteration: Wainnahu lahasratun AAala alkafireena
Translation: আৰু এইটো (কোৰআন) নিশ্চয় কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ।
وَإِنَّهُۥ لَحَقُّ ٱلۡيَقِينِ ﴿51﴾وَإِنَّهُۥ لَحَقُّ ٱلۡيَقِينِ
Transliteration: Wainnahu lahaqqu alyaqeeni
Translation: আৰু নিশ্চয় এইটো সুনিশ্চিত সত্য।
فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِيمِ ﴿52﴾فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِيمِ
Transliteration: Fasabbih biismi rabbika alAAatheemi
Translation: এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download