لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ ﴿1﴾لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ
Transliteration: La oqsimu biyawmi alqiyamati
Translation: মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ,
لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ ﴿1﴾لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ
Transliteration: La oqsimu biyawmi alqiyamati
Translation: মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ,
وَلَآ أُقۡسِمُ بِٱلنَّفۡسِ ٱللَّوَّامَةِ ﴿2﴾وَلَآ أُقۡسِمُ بِٱلنَّفۡسِ ٱللَّوَّامَةِ
Transliteration: Wala oqsimu bialnnafsi allawwamati
Translation: মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ,
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَلَّن نَّجۡمَعَ عِظَامَهُۥ ﴿3﴾أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَلَّن نَّجۡمَعَ عِظَامَهُۥ
Transliteration: Ayahsabu alinsanu allan najmaAAa AAithamahu
Translation: মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
بَلَىٰ قَٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّيَ بَنَانَهُۥ ﴿4﴾بَلَىٰ قَٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّيَ بَنَانَهُۥ
Transliteration: Bala qadireena AAala an nusawwiya bananahu
Translation: কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
بَلۡ يُرِيدُ ٱلۡإِنسَٰنُ لِيَفۡجُرَ أَمَامَهُۥ ﴿5﴾بَلۡ يُرِيدُ ٱلۡإِنسَٰنُ لِيَفۡجُرَ أَمَامَهُۥ
Transliteration: Bal yureedu alinsanu liyafjura amamahu
Translation: বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।
يَسۡـَٔلُ أَيَّانَ يَوۡمُ ٱلۡقِيَٰمَةِ ﴿6﴾يَسۡـَٔلُ أَيَّانَ يَوۡمُ ٱلۡقِيَٰمَةِ
Transliteration: Yasalu ayyana yawmu alqiyamati
Translation: সি প্ৰশ্ন কৰে, ক্বিয়ামতৰ দিনটো কেতিয়া আহিব?
فَإِذَا بَرِقَ ٱلۡبَصَرُ ﴿7﴾فَإِذَا بَرِقَ ٱلۡبَصَرُ
Transliteration: Faitha bariqa albasaru
Translation: যেতিয়া চকু স্থিৰ হৈ যাব,
وَخَسَفَ ٱلۡقَمَرُ ﴿8﴾وَخَسَفَ ٱلۡقَمَرُ
Transliteration: Wakhasafa alqamaru
Translation: আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব,
وَجُمِعَ ٱلشَّمۡسُ وَٱلۡقَمَرُ ﴿9﴾وَجُمِعَ ٱلشَّمۡسُ وَٱلۡقَمَرُ
Transliteration: WajumiAAa alshshamsu waalqamaru
Translation: আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-
يَقُولُ ٱلۡإِنسَٰنُ يَوۡمَئِذٍ أَيۡنَ ٱلۡمَفَرُّ ﴿10﴾يَقُولُ ٱلۡإِنسَٰنُ يَوۡمَئِذٍ أَيۡنَ ٱلۡمَفَرُّ
Transliteration: Yaqoolu alinsanu yawmaithin ayna almafarru
Translation: সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
كَلَّا لَا وَزَرَ ﴿11﴾كَلَّا لَا وَزَرَ
Transliteration: Kalla la wazara
Translation: কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمُسۡتَقَرُّ ﴿12﴾إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمُسۡتَقَرُّ
Transliteration: Ila rabbika yawmaithin almustaqarru
Translation: সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
يُنَبَّؤُاْ ٱلۡإِنسَٰنُ يَوۡمَئِذِۭ بِمَا قَدَّمَ وَأَخَّرَ ﴿13﴾يُنَبَّؤُاْ ٱلۡإِنسَٰنُ يَوۡمَئِذِۭ بِمَا قَدَّمَ وَأَخَّرَ
Transliteration: Yunabbao alinsanu yawmaithin bima qaddama waakhkhara
Translation: সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।
بَلِ ٱلۡإِنسَٰنُ عَلَىٰ نَفۡسِهِۦ بَصِيرَةٞ ﴿14﴾بَلِ ٱلۡإِنسَٰنُ عَلَىٰ نَفۡسِهِۦ بَصِيرَةٞ
Transliteration: Bali alinsanu AAala nafsihi baseeratun
Translation: বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,
وَلَوۡ أَلۡقَىٰ مَعَاذِيرَهُۥ ﴿15﴾وَلَوۡ أَلۡقَىٰ مَعَاذِيرَهُۥ
Transliteration: Walaw alqa maAAatheerahu
Translation: যদিও সি নানা অজুহাত দেখুৱায়।
لَا تُحَرِّكۡ بِهِۦ لِسَانَكَ لِتَعۡجَلَ بِهِۦٓ ﴿16﴾لَا تُحَرِّكۡ بِهِۦ لِسَانَكَ لِتَعۡجَلَ بِهِۦٓ
Transliteration: La tuharrik bihi lisanaka litaAAjala bihi
Translation: ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
إِنَّ عَلَيۡنَا جَمۡعَهُۥ وَقُرۡءَانَهُۥ ﴿17﴾إِنَّ عَلَيۡنَا جَمۡعَهُۥ وَقُرۡءَانَهُۥ
Transliteration: Inna AAalayna jamAAahu waquranahu
Translation: নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
فَإِذَا قَرَأۡنَٰهُ فَٱتَّبِعۡ قُرۡءَانَهُۥ ﴿18﴾فَإِذَا قَرَأۡنَٰهُ فَٱتَّبِعۡ قُرۡءَانَهُۥ
Transliteration: Faitha qaranahu faittabiAA quranahu
Translation: এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,
ثُمَّ إِنَّ عَلَيۡنَا بَيَانَهُۥ ﴿19﴾ثُمَّ إِنَّ عَلَيۡنَا بَيَانَهُۥ
Transliteration: Thumma inna AAalayna bayanahu
Translation: তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।
كَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ ﴿20﴾كَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ
Transliteration: Kalla bal tuhibboona alAAajilata
Translation: কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা;
وَتَذَرُونَ ٱلۡأٓخِرَةَ ﴿21﴾وَتَذَرُونَ ٱلۡأٓخِرَةَ
Transliteration: Watatharoona alakhirata
Translation: আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ ﴿22﴾وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ
Transliteration: Wujoohun yawmaithin nadiratun
Translation: সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
إِلَىٰ رَبِّهَا نَاظِرَةٞ ﴿23﴾إِلَىٰ رَبِّهَا نَاظِرَةٞ
Transliteration: Ila rabbiha nathiratun
Translation: সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
وَوُجُوهٞ يَوۡمَئِذِۭ بَاسِرَةٞ ﴿24﴾وَوُجُوهٞ يَوۡمَئِذِۭ بَاسِرَةٞ
Transliteration: Wawujoohun yawmaithin basiratun
Translation: আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
تَظُنُّ أَن يُفۡعَلَ بِهَا فَاقِرَةٞ ﴿25﴾تَظُنُّ أَن يُفۡعَلَ بِهَا فَاقِرَةٞ
Transliteration: Tathunnu an yufAAala biha faqiratun
Translation: সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِيَ ﴿26﴾كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِيَ
Transliteration: Kalla itha balaghati alttaraqiya
Translation: নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব,
وَقِيلَ مَنۡۜ رَاقٖ ﴿27﴾وَقِيلَ مَنۡۜ رَاقٖ
Transliteration: Waqeela man raqin
Translation: আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
وَظَنَّ أَنَّهُ ٱلۡفِرَاقُ ﴿28﴾وَظَنَّ أَنَّهُ ٱلۡفِرَاقُ
Transliteration: Wathanna annahu alfiraqu
Translation: তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ ﴿29﴾وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ
Transliteration: Wailtaffati alssaqu bialssaqi
Translation: আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمَسَاقُ ﴿30﴾إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمَسَاقُ
Transliteration: Ila rabbika yawmaithin almasaqu
Translation: সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
فَلَا صَدَّقَ وَلَا صَلَّىٰ ﴿31﴾فَلَا صَدَّقَ وَلَا صَلَّىٰ
Transliteration: Fala saddaqa wala salla
Translation: এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ ﴿32﴾وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ
Transliteration: Walakin kaththaba watawalla
Translation: বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
ثُمَّ ذَهَبَ إِلَىٰٓ أَهۡلِهِۦ يَتَمَطَّىٰٓ ﴿33﴾ثُمَّ ذَهَبَ إِلَىٰٓ أَهۡلِهِۦ يَتَمَطَّىٰٓ
Transliteration: Thumma thahaba ila ahlihi yatamatta
Translation: তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
أَوۡلَىٰ لَكَ فَأَوۡلَىٰ ﴿34﴾أَوۡلَىٰ لَكَ فَأَوۡلَىٰ
Transliteration: Awla laka faawla
Translation: দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
ثُمَّ أَوۡلَىٰ لَكَ فَأَوۡلَىٰٓ ﴿35﴾ثُمَّ أَوۡلَىٰ لَكَ فَأَوۡلَىٰٓ
Transliteration: Thumma awla laka faawla
Translation: আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَن يُتۡرَكَ سُدًى ﴿36﴾أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَن يُتۡرَكَ سُدًى
Transliteration: Ayahsabu alinsanu an yutraka sudan
Translation: মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
أَلَمۡ يَكُ نُطۡفَةٗ مِّن مَّنِيّٖ يُمۡنَىٰ ﴿37﴾أَلَمۡ يَكُ نُطۡفَةٗ مِّن مَّنِيّٖ يُمۡنَىٰ
Transliteration: Alam yaku nutfatan min manayyin yumna
Translation: সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
ثُمَّ كَانَ عَلَقَةٗ فَخَلَقَ فَسَوَّىٰ ﴿38﴾ثُمَّ كَانَ عَلَقَةٗ فَخَلَقَ فَسَوَّىٰ
Transliteration: Thumma kana AAalaqatan fakhalaqa fasawwa
Translation: তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
فَجَعَلَ مِنۡهُ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ ﴿39﴾فَجَعَلَ مِنۡهُ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
Transliteration: FajaAAala minhu alzzawjayni alththakara waalontha
Translation: তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।
أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ ﴿40﴾أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ
Transliteration: Alaysa thalika biqadirin AAala an yuhyiya almawta
Translation: তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download