وَٱلۡمُرۡسَلَٰتِ عُرۡفٗا ﴿1﴾وَٱلۡمُرۡسَلَٰتِ عُرۡفٗا
Transliteration: Waalmursalati AAurfan
Translation: শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,
وَٱلۡمُرۡسَلَٰتِ عُرۡفٗا ﴿1﴾وَٱلۡمُرۡسَلَٰتِ عُرۡفٗا
Transliteration: Waalmursalati AAurfan
Translation: শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,
فَٱلۡعَٰصِفَٰتِ عَصۡفٗا ﴿2﴾فَٱلۡعَٰصِفَٰتِ عَصۡفٗا
Transliteration: FaalAAasifati AAasfan
Translation: তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,
وَٱلنَّـٰشِرَٰتِ نَشۡرٗا ﴿3﴾وَٱلنَّـٰشِرَٰتِ نَشۡرٗا
Transliteration: Waalnnashirati nashran
Translation: শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ,
فَٱلۡفَٰرِقَٰتِ فَرۡقٗا ﴿4﴾فَٱلۡفَٰرِقَٰتِ فَرۡقٗا
Transliteration: Faalfariqati farqan
Translation: তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,
فَٱلۡمُلۡقِيَٰتِ ذِكۡرًا ﴿5﴾فَٱلۡمُلۡقِيَٰتِ ذِكۡرًا
Transliteration: Faalmulqiyati thikran
Translation: তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---
عُذۡرًا أَوۡ نُذۡرًا ﴿6﴾عُذۡرًا أَوۡ نُذۡرًا
Transliteration: AAuthran aw nuthran
Translation: ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে,
إِنَّمَا تُوعَدُونَ لَوَٰقِعٞ ﴿7﴾إِنَّمَا تُوعَدُونَ لَوَٰقِعٞ
Transliteration: Innama tooAAadoona lawaqiAAun
Translation: নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।
فَإِذَا ٱلنُّجُومُ طُمِسَتۡ ﴿8﴾فَإِذَا ٱلنُّجُومُ طُمِسَتۡ
Transliteration: Faitha alnnujoomu tumisat
Translation: যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,
وَإِذَا ٱلسَّمَآءُ فُرِجَتۡ ﴿9﴾وَإِذَا ٱلسَّمَآءُ فُرِجَتۡ
Transliteration: Waitha alssamao furijat
Translation: আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব,
وَإِذَا ٱلۡجِبَالُ نُسِفَتۡ ﴿10﴾وَإِذَا ٱلۡجِبَالُ نُسِفَتۡ
Transliteration: Waitha aljibalu nusifat
Translation: আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব,
وَإِذَا ٱلرُّسُلُ أُقِّتَتۡ ﴿11﴾وَإِذَا ٱلرُّسُلُ أُقِّتَتۡ
Transliteration: Waitha alrrusulu oqqitat
Translation: আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,
لِأَيِّ يَوۡمٍ أُجِّلَتۡ ﴿12﴾لِأَيِّ يَوۡمٍ أُجِّلَتۡ
Transliteration: Liayyi yawmin ojjilat
Translation: কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?
لِيَوۡمِ ٱلۡفَصۡلِ ﴿13﴾لِيَوۡمِ ٱلۡفَصۡلِ
Transliteration: Liyawmi alfasli
Translation: বিচাৰ দিনৰ বাবে।
وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلۡفَصۡلِ ﴿14﴾وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلۡفَصۡلِ
Transliteration: Wama adraka ma yawmu alfasli
Translation: আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿15﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
أَلَمۡ نُهۡلِكِ ٱلۡأَوَّلِينَ ﴿16﴾أَلَمۡ نُهۡلِكِ ٱلۡأَوَّلِينَ
Transliteration: Alam nuhliki alawwaleena
Translation: আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?
ثُمَّ نُتۡبِعُهُمُ ٱلۡأٓخِرِينَ ﴿17﴾ثُمَّ نُتۡبِعُهُمُ ٱلۡأٓخِرِينَ
Transliteration: Thumma nutbiAAuhumu alakhireena
Translation: তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।
كَذَٰلِكَ نَفۡعَلُ بِٱلۡمُجۡرِمِينَ ﴿18﴾كَذَٰلِكَ نَفۡعَلُ بِٱلۡمُجۡرِمِينَ
Transliteration: Kathalika nafAAalu bialmujrimeena
Translation: অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿19﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
أَلَمۡ نَخۡلُقكُّم مِّن مَّآءٖ مَّهِينٖ ﴿20﴾أَلَمۡ نَخۡلُقكُّم مِّن مَّآءٖ مَّهِينٖ
Transliteration: Alam nakhluqkum min main maheenin
Translation: আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে?
فَجَعَلۡنَٰهُ فِي قَرَارٖ مَّكِينٍ ﴿21﴾فَجَعَلۡنَٰهُ فِي قَرَارٖ مَّكِينٍ
Transliteration: FajaAAalnahu fee qararin makeenin
Translation: তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো,
إِلَىٰ قَدَرٖ مَّعۡلُومٖ ﴿22﴾إِلَىٰ قَدَرٖ مَّعۡلُومٖ
Transliteration: Ila qadarin maAAloomin
Translation: এটা নিৰ্দিষ্ট সময় লৈকে,
فَقَدَرۡنَا فَنِعۡمَ ٱلۡقَٰدِرُونَ ﴿23﴾فَقَدَرۡنَا فَنِعۡمَ ٱلۡقَٰدِرُونَ
Transliteration: Faqadarna faniAAma alqadiroona
Translation: তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿24﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ كِفَاتًا ﴿25﴾أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ كِفَاتًا
Transliteration: Alam najAAali alarda kifatan
Translation: আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?
أَحۡيَآءٗ وَأَمۡوَٰتٗا ﴿26﴾أَحۡيَآءٗ وَأَمۡوَٰتٗا
Transliteration: Ahyaan waamwatan
Translation: জীৱিতসকল আৰু মৃতসকলৰ বাবে?
وَجَعَلۡنَا فِيهَا رَوَٰسِيَ شَٰمِخَٰتٖ وَأَسۡقَيۡنَٰكُم مَّآءٗ فُرَاتٗا ﴿27﴾وَجَعَلۡنَا فِيهَا رَوَٰسِيَ شَٰمِخَٰتٖ وَأَسۡقَيۡنَٰكُم مَّآءٗ فُرَاتٗا
Transliteration: WajaAAalna feeha rawasiya shamikhatin waasqaynakum maan furatan
Translation: আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿28﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
ٱنطَلِقُوٓاْ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ ﴿29﴾ٱنطَلِقُوٓاْ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ
Transliteration: Intaliqoo ila ma kuntum bihi tukaththiboona
Translation: (সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।
ٱنطَلِقُوٓاْ إِلَىٰ ظِلّٖ ذِي ثَلَٰثِ شُعَبٖ ﴿30﴾ٱنطَلِقُوٓاْ إِلَىٰ ظِلّٖ ذِي ثَلَٰثِ شُعَبٖ
Transliteration: Intaliqoo ila thillin thee thalathi shuAAabin
Translation: যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,
لَّا ظَلِيلٖ وَلَا يُغۡنِي مِنَ ٱللَّهَبِ ﴿31﴾لَّا ظَلِيلٖ وَلَا يُغۡنِي مِنَ ٱللَّهَبِ
Transliteration: La thaleelin wala yughnee mina allahabi
Translation: যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,
إِنَّهَا تَرۡمِي بِشَرَرٖ كَٱلۡقَصۡرِ ﴿32﴾إِنَّهَا تَرۡمِي بِشَرَرٖ كَٱلۡقَصۡرِ
Transliteration: Innaha tarmee bishararin kaalqasri
Translation: নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,
كَأَنَّهُۥ جِمَٰلَتٞ صُفۡرٞ ﴿33﴾كَأَنَّهُۥ جِمَٰلَتٞ صُفۡرٞ
Transliteration: Kaannahu jimalatun sufrun
Translation: এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী,
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿34﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
هَٰذَا يَوۡمُ لَا يَنطِقُونَ ﴿35﴾هَٰذَا يَوۡمُ لَا يَنطِقُونَ
Transliteration: Hatha yawmu la yantiqoona
Translation: এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,
وَلَا يُؤۡذَنُ لَهُمۡ فَيَعۡتَذِرُونَ ﴿36﴾وَلَا يُؤۡذَنُ لَهُمۡ فَيَعۡتَذِرُونَ
Transliteration: Wala yuthanu lahum fayaAAtathiroona
Translation: আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿37﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
هَٰذَا يَوۡمُ ٱلۡفَصۡلِۖ جَمَعۡنَٰكُمۡ وَٱلۡأَوَّلِينَ ﴿38﴾هَٰذَا يَوۡمُ ٱلۡفَصۡلِۖ جَمَعۡنَٰكُمۡ وَٱلۡأَوَّلِينَ
Transliteration: Hatha yawmu alfasli jamaAAnakum waalawwaleena
Translation: ‘এইটো ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।
فَإِن كَانَ لَكُمۡ كَيۡدٞ فَكِيدُونِ ﴿39﴾فَإِن كَانَ لَكُمۡ كَيۡدٞ فَكِيدُونِ
Transliteration: Fain kana lakum kaydun fakeedooni
Translation: এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿40﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
إِنَّ ٱلۡمُتَّقِينَ فِي ظِلَٰلٖ وَعُيُونٖ ﴿41﴾إِنَّ ٱلۡمُتَّقِينَ فِي ظِلَٰلٖ وَعُيُونٖ
Transliteration: Inna almuttaqeena fee thilalin waAAuyoonin
Translation: নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,
وَفَوَٰكِهَ مِمَّا يَشۡتَهُونَ ﴿42﴾وَفَوَٰكِهَ مِمَّا يَشۡتَهُونَ
Transliteration: Wafawakiha mimma yashtahoona
Translation: আৰু তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।
كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَا كُنتُمۡ تَعۡمَلُونَ ﴿43﴾كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَا كُنتُمۡ تَعۡمَلُونَ
Transliteration: Kuloo waishraboo haneean bima kuntum taAAmaloona
Translation: (তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;
إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ﴿44﴾إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ
Transliteration: Inna kathalika najzee almuhsineena
Translation: সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿45﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
كُلُواْ وَتَمَتَّعُواْ قَلِيلًا إِنَّكُم مُّجۡرِمُونَ ﴿46﴾كُلُواْ وَتَمَتَّعُواْ قَلِيلًا إِنَّكُم مُّجۡرِمُونَ
Transliteration: Kuloo watamattaAAoo qaleelan innakum mujrimoona
Translation: (হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿47﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
وَإِذَا قِيلَ لَهُمُ ٱرۡكَعُواْ لَا يَرۡكَعُونَ ﴿48﴾وَإِذَا قِيلَ لَهُمُ ٱرۡكَعُواْ لَا يَرۡكَعُونَ
Transliteration: Waitha qeela lahumu irkaAAoo la yarkaAAoona
Translation: যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা, (তেতিয়া) সিহঁতে ৰুকু’ নকৰে’।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿49﴾وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Transliteration: Waylun yawmaithin lilmukaththibeena
Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
فَبِأَيِّ حَدِيثِۭ بَعۡدَهُۥ يُؤۡمِنُونَ ﴿50﴾فَبِأَيِّ حَدِيثِۭ بَعۡدَهُۥ يُؤۡمِنُونَ
Transliteration: Fabiayyi hadeethin baAAdahu yuminoona
Translation: এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download