وَٱلۡفَجۡرِ ﴿1﴾وَٱلۡفَجۡرِ
Transliteration: Waalfajri
Translation: ফজৰৰ সময়ৰ শপত,
وَٱلۡفَجۡرِ ﴿1﴾وَٱلۡفَجۡرِ
Transliteration: Waalfajri
Translation: ফজৰৰ সময়ৰ শপত,
وَلَيَالٍ عَشۡرٖ ﴿2﴾وَلَيَالٍ عَشۡرٖ
Transliteration: Walayalin AAashrin
Translation: শপত দহ ৰাতিৰ,
وَٱلشَّفۡعِ وَٱلۡوَتۡرِ ﴿3﴾وَٱلشَّفۡعِ وَٱلۡوَتۡرِ
Transliteration: WaalshshafAAi waalwatri
Translation: শপত যোৰ আৰু বিযোৰৰ,
وَٱلَّيۡلِ إِذَا يَسۡرِ ﴿4﴾وَٱلَّيۡلِ إِذَا يَسۡرِ
Transliteration: Waallayli itha yasri
Translation: আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
هَلۡ فِي ذَٰلِكَ قَسَمٞ لِّذِي حِجۡرٍ ﴿5﴾هَلۡ فِي ذَٰلِكَ قَسَمٞ لِّذِي حِجۡرٍ
Transliteration: Hal fee thalika qasamun lithee hijrin
Translation: ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?
أَلَمۡ تَرَ كَيۡفَ فَعَلَ رَبُّكَ بِعَادٍ ﴿6﴾أَلَمۡ تَرَ كَيۡفَ فَعَلَ رَبُّكَ بِعَادٍ
Transliteration: Alam tara kayfa faAAala rabbuka biAAadin
Translation: তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?
إِرَمَ ذَاتِ ٱلۡعِمَادِ ﴿7﴾إِرَمَ ذَاتِ ٱلۡعِمَادِ
Transliteration: Irama thati alAAimadi
Translation: ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰাসাদৰ?
ٱلَّتِي لَمۡ يُخۡلَقۡ مِثۡلُهَا فِي ٱلۡبِلَٰدِ ﴿8﴾ٱلَّتِي لَمۡ يُخۡلَقۡ مِثۡلُهَا فِي ٱلۡبِلَٰدِ
Transliteration: Allatee lam yukhlaq mithluha fee albiladi
Translation: যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;
وَثَمُودَ ٱلَّذِينَ جَابُواْ ٱلصَّخۡرَ بِٱلۡوَادِ ﴿9﴾وَثَمُودَ ٱلَّذِينَ جَابُواْ ٱلصَّخۡرَ بِٱلۡوَادِ
Transliteration: Wathamooda allatheena jaboo alssakhra bialwadi
Translation: আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;
وَفِرۡعَوۡنَ ذِي ٱلۡأَوۡتَادِ ﴿10﴾وَفِرۡعَوۡنَ ذِي ٱلۡأَوۡتَادِ
Transliteration: WafirAAawna thee alawtadi
Translation: আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)
ٱلَّذِينَ طَغَوۡاْ فِي ٱلۡبِلَٰدِ ﴿11﴾ٱلَّذِينَ طَغَوۡاْ فِي ٱلۡبِلَٰدِ
Transliteration: Allatheena taghaw fee albiladi
Translation: যিসকলে দেশত সীমালঙ্ঘন কৰিছিল,
فَأَكۡثَرُواْ فِيهَا ٱلۡفَسَادَ ﴿12﴾فَأَكۡثَرُواْ فِيهَا ٱلۡفَسَادَ
Transliteration: Faaktharoo feeha alfasada
Translation: তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।
فَصَبَّ عَلَيۡهِمۡ رَبُّكَ سَوۡطَ عَذَابٍ ﴿13﴾فَصَبَّ عَلَيۡهِمۡ رَبُّكَ سَوۡطَ عَذَابٍ
Transliteration: Fasabba AAalayhim rabbuka sawta AAathabin
Translation: ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।
إِنَّ رَبَّكَ لَبِٱلۡمِرۡصَادِ ﴿14﴾إِنَّ رَبَّكَ لَبِٱلۡمِرۡصَادِ
Transliteration: Inna rabbaka labialmirsadi
Translation: নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।
فَأَمَّا ٱلۡإِنسَٰنُ إِذَا مَا ٱبۡتَلَىٰهُ رَبُّهُۥ فَأَكۡرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّيٓ أَكۡرَمَنِ ﴿15﴾فَأَمَّا ٱلۡإِنسَٰنُ إِذَا مَا ٱبۡتَلَىٰهُ رَبُّهُۥ فَأَكۡرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّيٓ أَكۡرَمَنِ
Transliteration: Faamma alinsanu itha ma ibtalahu rabbuhu faakramahu wanaAAAAamahu fayaqoolu rabbee akramani
Translation: আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
وَأَمَّآ إِذَا مَا ٱبۡتَلَىٰهُ فَقَدَرَ عَلَيۡهِ رِزۡقَهُۥ فَيَقُولُ رَبِّيٓ أَهَٰنَنِ ﴿16﴾وَأَمَّآ إِذَا مَا ٱبۡتَلَىٰهُ فَقَدَرَ عَلَيۡهِ رِزۡقَهُۥ فَيَقُولُ رَبِّيٓ أَهَٰنَنِ
Transliteration: Waamma itha ma ibtalahu faqadara AAalayhi rizqahu fayaqoolu rabbee ahanani
Translation: আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।
كَلَّاۖ بَل لَّا تُكۡرِمُونَ ٱلۡيَتِيمَ ﴿17﴾كَلَّاۖ بَل لَّا تُكۡرِمُونَ ٱلۡيَتِيمَ
Transliteration: Kalla bal la tukrimoona alyateema
Translation: কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,
وَلَا تَحَـٰٓضُّونَ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ ﴿18﴾وَلَا تَحَـٰٓضُّونَ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ
Transliteration: Wala tahaddoona AAala taAAami almiskeeni
Translation: আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা,
وَتَأۡكُلُونَ ٱلتُّرَاثَ أَكۡلٗا لَّمّٗا ﴿19﴾وَتَأۡكُلُونَ ٱلتُّرَاثَ أَكۡلٗا لَّمّٗا
Transliteration: Watakuloona altturatha aklan lamman
Translation: আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,
وَتُحِبُّونَ ٱلۡمَالَ حُبّٗا جَمّٗا ﴿20﴾وَتُحِبُّونَ ٱلۡمَالَ حُبّٗا جَمّٗا
Transliteration: Watuhibboona almala hubban jamman
Translation: আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;
كَلَّآۖ إِذَا دُكَّتِ ٱلۡأَرۡضُ دَكّٗا دَكّٗا ﴿21﴾كَلَّآۖ إِذَا دُكَّتِ ٱلۡأَرۡضُ دَكّٗا دَكّٗا
Transliteration: Kalla itha dukkati alardu dakkan dakkan
Translation: কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,
وَجَآءَ رَبُّكَ وَٱلۡمَلَكُ صَفّٗا صَفّٗا ﴿22﴾وَجَآءَ رَبُّكَ وَٱلۡمَلَكُ صَفّٗا صَفّٗا
Transliteration: Wajaa rabbuka waalmalaku saffan saffan
Translation: আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব,
وَجِاْيٓءَ يَوۡمَئِذِۭ بِجَهَنَّمَۚ يَوۡمَئِذٖ يَتَذَكَّرُ ٱلۡإِنسَٰنُ وَأَنَّىٰ لَهُ ٱلذِّكۡرَىٰ ﴿23﴾وَجِاْيٓءَ يَوۡمَئِذِۭ بِجَهَنَّمَۚ يَوۡمَئِذٖ يَتَذَكَّرُ ٱلۡإِنسَٰنُ وَأَنَّىٰ لَهُ ٱلذِّكۡرَىٰ
Transliteration: Wajeea yawmaithin bijahannama yawmaithin yatathakkaru alinsanu waanna lahu alththikra
Translation: আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব?
يَقُولُ يَٰلَيۡتَنِي قَدَّمۡتُ لِحَيَاتِي ﴿24﴾يَقُولُ يَٰلَيۡتَنِي قَدَّمۡتُ لِحَيَاتِي
Transliteration: Yaqoolu ya laytanee qaddamtu lihayatee
Translation: (তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন,
فَيَوۡمَئِذٖ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٞ ﴿25﴾فَيَوۡمَئِذٖ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٞ
Transliteration: Fayawmaithin la yuAAaththibu AAathabahu ahadun
Translation: সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।
وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٞ ﴿26﴾وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٞ
Transliteration: Wala yoothiqu wathaqahu ahadun
Translation: আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।
يَـٰٓأَيَّتُهَا ٱلنَّفۡسُ ٱلۡمُطۡمَئِنَّةُ ﴿27﴾يَـٰٓأَيَّتُهَا ٱلنَّفۡسُ ٱلۡمُطۡمَئِنَّةُ
Transliteration: Ya ayyatuha alnnafsu almutmainnatu
Translation: হে প্ৰশান্ত আত্মা!
ٱرۡجِعِيٓ إِلَىٰ رَبِّكِ رَاضِيَةٗ مَّرۡضِيَّةٗ ﴿28﴾ٱرۡجِعِيٓ إِلَىٰ رَبِّكِ رَاضِيَةٗ مَّرۡضِيَّةٗ
Transliteration: IrjiAAee ila rabbiki radiyatan mardiyyatan
Translation: তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,
فَٱدۡخُلِي فِي عِبَٰدِي ﴿29﴾فَٱدۡخُلِي فِي عِبَٰدِي
Transliteration: Faodkhulee fee AAibadee
Translation: আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা,
وَٱدۡخُلِي جَنَّتِي ﴿30﴾وَٱدۡخُلِي جَنَّتِي
Transliteration: Waodkhulee jannatee
Translation: আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download