أَلَمۡ نَشۡرَحۡ لَكَ صَدۡرَكَ ﴿1﴾أَلَمۡ نَشۡرَحۡ لَكَ صَدۡرَكَ
Transliteration: Alam nashrah laka sadraka
Translation: আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?
أَلَمۡ نَشۡرَحۡ لَكَ صَدۡرَكَ ﴿1﴾أَلَمۡ نَشۡرَحۡ لَكَ صَدۡرَكَ
Transliteration: Alam nashrah laka sadraka
Translation: আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?
وَوَضَعۡنَا عَنكَ وِزۡرَكَ ﴿2﴾وَوَضَعۡنَا عَنكَ وِزۡرَكَ
Transliteration: WawadaAAna AAanka wizraka
Translation: আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?
ٱلَّذِيٓ أَنقَضَ ظَهۡرَكَ ﴿3﴾ٱلَّذِيٓ أَنقَضَ ظَهۡرَكَ
Transliteration: Allathee anqada thahraka
Translation: যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,
وَرَفَعۡنَا لَكَ ذِكۡرَكَ ﴿4﴾وَرَفَعۡنَا لَكَ ذِكۡرَكَ
Transliteration: WarafaAAna laka thikraka
Translation: আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো।
فَإِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرًا ﴿5﴾فَإِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرًا
Transliteration: Fainna maAAa alAAusri yusran
Translation: এতেকে দুখৰ লগতেই আছে সুখ
إِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرٗا ﴿6﴾إِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرٗا
Transliteration: Inna maAAa alAAusri yusran
Translation: নিশ্চয় দুখৰ লগতেই আছে সুখ।
فَإِذَا فَرَغۡتَ فَٱنصَبۡ ﴿7﴾فَإِذَا فَرَغۡتَ فَٱنصَبۡ
Transliteration: Faitha faraghta fainsab
Translation: এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
وَإِلَىٰ رَبِّكَ فَٱرۡغَب ﴿8﴾وَإِلَىٰ رَبِّكَ فَٱرۡغَب
Transliteration: Waila rabbika fairghab
Translation: আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download