سَبِّحِ ٱسۡمَ رَبِّكَ ٱلۡأَعۡلَى ﴿1﴾سَبِّحِ ٱسۡمَ رَبِّكَ ٱلۡأَعۡلَى
Transliteration: Sabbihi isma rabbika alaAAla
Translation: তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
سَبِّحِ ٱسۡمَ رَبِّكَ ٱلۡأَعۡلَى ﴿1﴾سَبِّحِ ٱسۡمَ رَبِّكَ ٱلۡأَعۡلَى
Transliteration: Sabbihi isma rabbika alaAAla
Translation: তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
ٱلَّذِي خَلَقَ فَسَوَّىٰ ﴿2﴾ٱلَّذِي خَلَقَ فَسَوَّىٰ
Transliteration: Allathee khalaqa fasawwa
Translation: যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
وَٱلَّذِي قَدَّرَ فَهَدَىٰ ﴿3﴾وَٱلَّذِي قَدَّرَ فَهَدَىٰ
Transliteration: Waallathee qaddara fahada
Translation: আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সত্পথ প্ৰদৰ্শন কৰিছে,
وَٱلَّذِيٓ أَخۡرَجَ ٱلۡمَرۡعَىٰ ﴿4﴾وَٱلَّذِيٓ أَخۡرَجَ ٱلۡمَرۡعَىٰ
Transliteration: Waallathee akhraja almarAAa
Translation: আৰু যিজনে তৃণ-লতা উত্পন্ন কৰিছে,
فَجَعَلَهُۥ غُثَآءً أَحۡوَىٰ ﴿5﴾فَجَعَلَهُۥ غُثَآءً أَحۡوَىٰ
Transliteration: FajaAAalahu ghuthaan ahwa
Translation: তাৰ পিছত সেইবোৰক ক'লা আবৰ্জনাত পৰিণত কৰিছে।
سَنُقۡرِئُكَ فَلَا تَنسَىٰٓ ﴿6﴾سَنُقۡرِئُكَ فَلَا تَنسَىٰٓ
Transliteration: Sanuqrioka fala tansa
Translation: অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّهُۥ يَعۡلَمُ ٱلۡجَهۡرَ وَمَا يَخۡفَىٰ ﴿7﴾إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّهُۥ يَعۡلَمُ ٱلۡجَهۡرَ وَمَا يَخۡفَىٰ
Transliteration: Illa ma shaa Allahu innahu yaAAlamu aljahra wama yakhfa
Translation: কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
وَنُيَسِّرُكَ لِلۡيُسۡرَىٰ ﴿8﴾وَنُيَسِّرُكَ لِلۡيُسۡرَىٰ
Transliteration: Wanuyassiruka lilyusra
Translation: আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।
فَذَكِّرۡ إِن نَّفَعَتِ ٱلذِّكۡرَىٰ ﴿9﴾فَذَكِّرۡ إِن نَّفَعَتِ ٱلذِّكۡرَىٰ
Transliteration: Fathakkir in nafaAAati alththikra
Translation: এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
سَيَذَّكَّرُ مَن يَخۡشَىٰ ﴿10﴾سَيَذَّكَّرُ مَن يَخۡشَىٰ
Transliteration: Sayaththakkaru man yakhsha
Translation: উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
وَيَتَجَنَّبُهَا ٱلۡأَشۡقَى ﴿11﴾وَيَتَجَنَّبُهَا ٱلۡأَشۡقَى
Transliteration: Wayatajannabuha alashqa
Translation: আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব,
ٱلَّذِي يَصۡلَى ٱلنَّارَ ٱلۡكُبۡرَىٰ ﴿12﴾ٱلَّذِي يَصۡلَى ٱلنَّارَ ٱلۡكُبۡرَىٰ
Transliteration: Allathee yasla alnnara alkubra
Translation: সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحۡيَىٰ ﴿13﴾ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحۡيَىٰ
Transliteration: Thumma la yamootu feeha wala yahya
Translation: তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
قَدۡ أَفۡلَحَ مَن تَزَكَّىٰ ﴿14﴾قَدۡ أَفۡلَحَ مَن تَزَكَّىٰ
Transliteration: Qad aflaha man tazakka
Translation: নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব।
وَذَكَرَ ٱسۡمَ رَبِّهِۦ فَصَلَّىٰ ﴿15﴾وَذَكَرَ ٱسۡمَ رَبِّهِۦ فَصَلَّىٰ
Transliteration: Wathakara isma rabbihi fasalla
Translation: আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব।
بَلۡ تُؤۡثِرُونَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا ﴿16﴾بَلۡ تُؤۡثِرُونَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا
Transliteration: Bal tuthiroona alhayata alddunya
Translation: কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া,
وَٱلۡأٓخِرَةُ خَيۡرٞ وَأَبۡقَىٰٓ ﴿17﴾وَٱلۡأٓخِرَةُ خَيۡرٞ وَأَبۡقَىٰٓ
Transliteration: Waalakhiratu khayrun waabqa
Translation: অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।
إِنَّ هَٰذَا لَفِي ٱلصُّحُفِ ٱلۡأُولَىٰ ﴿18﴾إِنَّ هَٰذَا لَفِي ٱلصُّحُفِ ٱلۡأُولَىٰ
Transliteration: Inna hatha lafee alssuhufi aloola
Translation: নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,
صُحُفِ إِبۡرَٰهِيمَ وَمُوسَىٰ ﴿19﴾صُحُفِ إِبۡرَٰهِيمَ وَمُوسَىٰ
Transliteration: Suhufi ibraheema wamoosa
Translation: ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download