quranm◉

Surah Al-'Adiyat transliteration

◉ ছুৰা · ∞

100:1

وَٱلۡعَٰدِيَٰتِ ضَبۡحٗا ﴿1﴾

Transliteration: WaalAAadiyati dabhan

Translation: শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাসমূহৰ,

100:2

فَٱلۡمُورِيَٰتِ قَدۡحٗا ﴿2﴾

Transliteration: Faalmooriyati qadhan

Translation: যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,

100:3

فَٱلۡمُغِيرَٰتِ صُبۡحٗا ﴿3﴾

Transliteration: Faalmugheerati subhan

Translation: যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,

100:4

فَأَثَرۡنَ بِهِۦ نَقۡعٗا ﴿4﴾

Transliteration: Faatharna bihi naqAAan

Translation: ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;

100:5

فَوَسَطۡنَ بِهِۦ جَمۡعًا ﴿5﴾

Transliteration: Fawasatna bihi jamAAan

Translation: আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।

100:6

إِنَّ ٱلۡإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٞ ﴿6﴾

Transliteration: Inna alinsana lirabbihi lakanoodun

Translation: নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,

100:7

وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٞ ﴿7﴾

Transliteration: Wainnahu AAala thalika lashaheedun

Translation: নিশ্চয় সি এই বিষয়ে সাক্ষী,

100:8

وَإِنَّهُۥ لِحُبِّ ٱلۡخَيۡرِ لَشَدِيدٌ ﴿8﴾

Transliteration: Wainnahu lihubbi alkhayri lashadeedun

Translation: আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।

100:9

أَفَلَا يَعۡلَمُ إِذَا بُعۡثِرَ مَا فِي ٱلۡقُبُورِ ﴿9﴾

Transliteration: Afala yaAAlamu itha buAAthira ma fee alquboori

Translation: সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,

100:10

وَحُصِّلَ مَا فِي ٱلصُّدُورِ ﴿10﴾

Transliteration: Wahussila ma fee alssudoori

Translation: আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?

100:11

إِنَّ رَبَّهُم بِهِمۡ يَوۡمَئِذٖ لَّخَبِيرُۢ ﴿11﴾

Transliteration: Inna rabbahum bihim yawmaithin lakhabeerun

Translation: নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download