عَمَّ يَتَسَآءَلُونَ ﴿1﴾عَمَّ يَتَسَآءَلُونَ
Transliteration: AAamma yatasaaloona
Translation: সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
عَمَّ يَتَسَآءَلُونَ ﴿1﴾عَمَّ يَتَسَآءَلُونَ
Transliteration: AAamma yatasaaloona
Translation: সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
عَنِ ٱلنَّبَإِ ٱلۡعَظِيمِ ﴿2﴾عَنِ ٱلنَّبَإِ ٱلۡعَظِيمِ
Transliteration: AAani alnnabai alAAatheemi
Translation: মহা সংবাদটোৰ বিষয়ে,
ٱلَّذِي هُمۡ فِيهِ مُخۡتَلِفُونَ ﴿3﴾ٱلَّذِي هُمۡ فِيهِ مُخۡتَلِفُونَ
Transliteration: Allathee hum feehi mukhtalifoona
Translation: যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।
كَلَّا سَيَعۡلَمُونَ ﴿4﴾كَلَّا سَيَعۡلَمُونَ
Transliteration: Kalla sayaAAlamoona
Translation: কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
ثُمَّ كَلَّا سَيَعۡلَمُونَ ﴿5﴾ثُمَّ كَلَّا سَيَعۡلَمُونَ
Transliteration: Thumma kalla sayaAAlamoona
Translation: তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ مِهَٰدٗا ﴿6﴾أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ مِهَٰدٗا
Transliteration: Alam najAAali alarda mihadan
Translation: আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?
وَٱلۡجِبَالَ أَوۡتَادٗا ﴿7﴾وَٱلۡجِبَالَ أَوۡتَادٗا
Transliteration: Waaljibala awtadan
Translation: আৰু পৰ্বতসমূহক পেৰেক?
وَخَلَقۡنَٰكُمۡ أَزۡوَٰجٗا ﴿8﴾وَخَلَقۡنَٰكُمۡ أَزۡوَٰجٗا
Transliteration: Wakhalaqnakum azwajan
Translation: আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।
وَجَعَلۡنَا نَوۡمَكُمۡ سُبَاتٗا ﴿9﴾وَجَعَلۡنَا نَوۡمَكُمۡ سُبَاتٗا
Transliteration: WajaAAalna nawmakum subatan
Translation: আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।
وَجَعَلۡنَا ٱلَّيۡلَ لِبَاسٗا ﴿10﴾وَجَعَلۡنَا ٱلَّيۡلَ لِبَاسٗا
Transliteration: WajaAAalna allayla libasan
Translation: আৰু ৰাতিক কৰি দিছো আৱৰণ।
وَجَعَلۡنَا ٱلنَّهَارَ مَعَاشٗا ﴿11﴾وَجَعَلۡنَا ٱلنَّهَارَ مَعَاشٗا
Transliteration: WajaAAalna alnnahara maAAashan
Translation: আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।
وَبَنَيۡنَا فَوۡقَكُمۡ سَبۡعٗا شِدَادٗا ﴿12﴾وَبَنَيۡنَا فَوۡقَكُمۡ سَبۡعٗا شِدَادٗا
Transliteration: Wabanayna fawqakum sabAAan shidadan
Translation: আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।
وَجَعَلۡنَا سِرَاجٗا وَهَّاجٗا ﴿13﴾وَجَعَلۡنَا سِرَاجٗا وَهَّاجٗا
Transliteration: WajaAAalna sirajan wahhajan
Translation: আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।
وَأَنزَلۡنَا مِنَ ٱلۡمُعۡصِرَٰتِ مَآءٗ ثَجَّاجٗا ﴿14﴾وَأَنزَلۡنَا مِنَ ٱلۡمُعۡصِرَٰتِ مَآءٗ ثَجَّاجٗا
Transliteration: Waanzalna mina almuAAsirati maan thajjajan
Translation: আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।
لِّنُخۡرِجَ بِهِۦ حَبّٗا وَنَبَاتٗا ﴿15﴾لِّنُخۡرِجَ بِهِۦ حَبّٗا وَنَبَاتٗا
Transliteration: Linukhrija bihi habban wanabatan
Translation: যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।
وَجَنَّـٰتٍ أَلۡفَافًا ﴿16﴾وَجَنَّـٰتٍ أَلۡفَافًا
Transliteration: Wajannatin alfafan
Translation: আৰু ঘন সন্নিবিষ্ট উদ্যান।
إِنَّ يَوۡمَ ٱلۡفَصۡلِ كَانَ مِيقَٰتٗا ﴿17﴾إِنَّ يَوۡمَ ٱلۡفَصۡلِ كَانَ مِيقَٰتٗا
Transliteration: Inna yawma alfasli kana meeqatan
Translation: নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।
يَوۡمَ يُنفَخُ فِي ٱلصُّورِ فَتَأۡتُونَ أَفۡوَاجٗا ﴿18﴾يَوۡمَ يُنفَخُ فِي ٱلصُّورِ فَتَأۡتُونَ أَفۡوَاجٗا
Transliteration: Yawma yunfakhu fee alssoori fatatoona afwajan
Translation: সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।
وَفُتِحَتِ ٱلسَّمَآءُ فَكَانَتۡ أَبۡوَٰبٗا ﴿19﴾وَفُتِحَتِ ٱلسَّمَآءُ فَكَانَتۡ أَبۡوَٰبٗا
Transliteration: Wafutihati alssamao fakanat abwaban
Translation: আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।
وَسُيِّرَتِ ٱلۡجِبَالُ فَكَانَتۡ سَرَابًا ﴿20﴾وَسُيِّرَتِ ٱلۡجِبَالُ فَكَانَتۡ سَرَابًا
Transliteration: Wasuyyirati aljibalu fakanat saraban
Translation: আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।
إِنَّ جَهَنَّمَ كَانَتۡ مِرۡصَادٗا ﴿21﴾إِنَّ جَهَنَّمَ كَانَتۡ مِرۡصَادٗا
Transliteration: Inna jahannama kanat mirsadan
Translation: নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।
لِّلطَّـٰغِينَ مَـَٔابٗا ﴿22﴾لِّلطَّـٰغِينَ مَـَٔابٗا
Transliteration: Lilttagheena maaban
Translation: সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।
لَّـٰبِثِينَ فِيهَآ أَحۡقَابٗا ﴿23﴾لَّـٰبِثِينَ فِيهَآ أَحۡقَابٗا
Transliteration: Labitheena feeha ahqaban
Translation: তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।
لَّا يَذُوقُونَ فِيهَا بَرۡدٗا وَلَا شَرَابًا ﴿24﴾لَّا يَذُوقُونَ فِيهَا بَرۡدٗا وَلَا شَرَابًا
Transliteration: La yathooqoona feeha bardan wala sharaban
Translation: তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।
إِلَّا حَمِيمٗا وَغَسَّاقٗا ﴿25﴾إِلَّا حَمِيمٗا وَغَسَّاقٗا
Transliteration: Illa hameeman waghassaqan
Translation: উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।
جَزَآءٗ وِفَاقًا ﴿26﴾جَزَآءٗ وِفَاقًا
Transliteration: Jazaan wifaqan
Translation: এইটোৱেই উপযুক্ত প্ৰতিফল।
إِنَّهُمۡ كَانُواْ لَا يَرۡجُونَ حِسَابٗا ﴿27﴾إِنَّهُمۡ كَانُواْ لَا يَرۡجُونَ حِسَابٗا
Transliteration: Innahum kanoo la yarjoona hisaban
Translation: নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।
وَكَذَّبُواْ بِـَٔايَٰتِنَا كِذَّابٗا ﴿28﴾وَكَذَّبُواْ بِـَٔايَٰتِنَا كِذَّابٗا
Transliteration: Wakaththaboo biayatina kiththaban
Translation: আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।
وَكُلَّ شَيۡءٍ أَحۡصَيۡنَٰهُ كِتَٰبٗا ﴿29﴾وَكُلَّ شَيۡءٍ أَحۡصَيۡنَٰهُ كِتَٰبٗا
Transliteration: Wakulla shayin ahsaynahu kitaban
Translation: আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।
فَذُوقُواْ فَلَن نَّزِيدَكُمۡ إِلَّا عَذَابًا ﴿30﴾فَذُوقُواْ فَلَن نَّزِيدَكُمۡ إِلَّا عَذَابًا
Transliteration: Fathooqoo falan nazeedakum illa AAathaban
Translation: এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।
إِنَّ لِلۡمُتَّقِينَ مَفَازًا ﴿31﴾إِنَّ لِلۡمُتَّقِينَ مَفَازًا
Transliteration: Inna lilmuttaqeena mafazan
Translation: নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।
حَدَآئِقَ وَأَعۡنَٰبٗا ﴿32﴾حَدَآئِقَ وَأَعۡنَٰبٗا
Transliteration: Hadaiqa waaAAnaban
Translation: উদ্যানসমূহ আৰু আঙ্গুৰসমূহ।
وَكَوَاعِبَ أَتۡرَابٗا ﴿33﴾وَكَوَاعِبَ أَتۡرَابٗا
Transliteration: WakawaAAiba atraban
Translation: আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।
وَكَأۡسٗا دِهَاقٗا ﴿34﴾وَكَأۡسٗا دِهَاقٗا
Transliteration: Wakasan dihaqan
Translation: আৰু পৰিপূৰ্ণ পানপাত্ৰ।
لَّا يَسۡمَعُونَ فِيهَا لَغۡوٗا وَلَا كِذَّـٰبٗا ﴿35﴾لَّا يَسۡمَعُونَ فِيهَا لَغۡوٗا وَلَا كِذَّـٰبٗا
Transliteration: La yasmaAAoona feeha laghwan wala kiththaban
Translation: তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।
جَزَآءٗ مِّن رَّبِّكَ عَطَآءً حِسَابٗا ﴿36﴾جَزَآءٗ مِّن رَّبِّكَ عَطَآءً حِسَابٗا
Transliteration: Jazaan min rabbika AAataan hisaban
Translation: আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰষ্কাৰ, যথোচিত দানস্বৰূপ।
رَّبِّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا ٱلرَّحۡمَٰنِۖ لَا يَمۡلِكُونَ مِنۡهُ خِطَابٗا ﴿37﴾رَّبِّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا ٱلرَّحۡمَٰنِۖ لَا يَمۡلِكُونَ مِنۡهُ خِطَابٗا
Transliteration: Rabbi alssamawati waalardi wama baynahuma alrrahmani la yamlikoona minhu khitaban
Translation: যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।
يَوۡمَ يَقُومُ ٱلرُّوحُ وَٱلۡمَلَـٰٓئِكَةُ صَفّٗاۖ لَّا يَتَكَلَّمُونَ إِلَّا مَنۡ أَذِنَ لَهُ ٱلرَّحۡمَٰنُ وَقَالَ صَوَابٗا ﴿38﴾يَوۡمَ يَقُومُ ٱلرُّوحُ وَٱلۡمَلَـٰٓئِكَةُ صَفّٗاۖ لَّا يَتَكَلَّمُونَ إِلَّا مَنۡ أَذِنَ لَهُ ٱلرَّحۡمَٰنُ وَقَالَ صَوَابٗا
Transliteration: Yawma yaqoomu alrroohu waalmalaikatu saffan la yatakallamoona illa man athina lahu alrrahmanu waqala sawaban
Translation: সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।
ذَٰلِكَ ٱلۡيَوۡمُ ٱلۡحَقُّۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا ﴿39﴾ذَٰلِكَ ٱلۡيَوۡمُ ٱلۡحَقُّۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا
Transliteration: Thalika alyawmu alhaqqu faman shaa ittakhatha ila rabbihi maaban
Translation: এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।
إِنَّآ أَنذَرۡنَٰكُمۡ عَذَابٗا قَرِيبٗا يَوۡمَ يَنظُرُ ٱلۡمَرۡءُ مَا قَدَّمَتۡ يَدَاهُ وَيَقُولُ ٱلۡكَافِرُ يَٰلَيۡتَنِي كُنتُ تُرَٰبَۢا ﴿40﴾إِنَّآ أَنذَرۡنَٰكُمۡ عَذَابٗا قَرِيبٗا يَوۡمَ يَنظُرُ ٱلۡمَرۡءُ مَا قَدَّمَتۡ يَدَاهُ وَيَقُولُ ٱلۡكَافِرُ يَٰلَيۡتَنِي كُنتُ تُرَٰبَۢا
Transliteration: Inna antharnakum AAathaban qareeban yawma yanthuru almaro ma qaddamat yadahu wayaqoolu alkafiru ya laytanee kuntu turaban
Translation: নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download