وَٱلنَّـٰزِعَٰتِ غَرۡقٗا ﴿1﴾وَٱلنَّـٰزِعَٰتِ غَرۡقٗا
Transliteration: WaalnnaziAAati gharqan
Translation: শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।
وَٱلنَّـٰزِعَٰتِ غَرۡقٗا ﴿1﴾وَٱلنَّـٰزِعَٰتِ غَرۡقٗا
Transliteration: WaalnnaziAAati gharqan
Translation: শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।
وَٱلنَّـٰشِطَٰتِ نَشۡطٗا ﴿2﴾وَٱلنَّـٰشِطَٰتِ نَشۡطٗا
Transliteration: Waalnnashitati nashtan
Translation: আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।
وَٱلسَّـٰبِحَٰتِ سَبۡحٗا ﴿3﴾وَٱلسَّـٰبِحَٰتِ سَبۡحٗا
Transliteration: Waalssabihati sabhan
Translation: আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।
فَٱلسَّـٰبِقَٰتِ سَبۡقٗا ﴿4﴾فَٱلسَّـٰبِقَٰتِ سَبۡقٗا
Transliteration: Faalssabiqati sabqan
Translation: আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।
فَٱلۡمُدَبِّرَٰتِ أَمۡرٗا ﴿5﴾فَٱلۡمُدَبِّرَٰتِ أَمۡرٗا
Transliteration: Faalmudabbirati amran
Translation: তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।
يَوۡمَ تَرۡجُفُ ٱلرَّاجِفَةُ ﴿6﴾يَوۡمَ تَرۡجُفُ ٱلرَّاجِفَةُ
Transliteration: Yawma tarjufu alrrajifatu
Translation: সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।
تَتۡبَعُهَا ٱلرَّادِفَةُ ﴿7﴾تَتۡبَعُهَا ٱلرَّادِفَةُ
Transliteration: TatbaAAuha alrradifatu
Translation: তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।
قُلُوبٞ يَوۡمَئِذٖ وَاجِفَةٌ ﴿8﴾قُلُوبٞ يَوۡمَئِذٖ وَاجِفَةٌ
Transliteration: Quloobun yawmaithin wajifatun
Translation: সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।
أَبۡصَٰرُهَا خَٰشِعَةٞ ﴿9﴾أَبۡصَٰرُهَا خَٰشِعَةٞ
Transliteration: Absaruha khashiAAatun
Translation: সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।
يَقُولُونَ أَءِنَّا لَمَرۡدُودُونَ فِي ٱلۡحَافِرَةِ ﴿10﴾يَقُولُونَ أَءِنَّا لَمَرۡدُودُونَ فِي ٱلۡحَافِرَةِ
Transliteration: Yaqooloona ainna lamardoodoona fee alhafirati
Translation: সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে?
أَءِذَا كُنَّا عِظَٰمٗا نَّخِرَةٗ ﴿11﴾أَءِذَا كُنَّا عِظَٰمٗا نَّخِرَةٗ
Transliteration: Aitha kunna AAithaman nakhiratan
Translation: যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?
قَالُواْ تِلۡكَ إِذٗا كَرَّةٌ خَاسِرَةٞ ﴿12﴾قَالُواْ تِلۡكَ إِذٗا كَرَّةٌ خَاسِرَةٞ
Transliteration: Qaloo tilka ithan karratun khasiratun
Translation: সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।
فَإِنَّمَا هِيَ زَجۡرَةٞ وَٰحِدَةٞ ﴿13﴾فَإِنَّمَا هِيَ زَجۡرَةٞ وَٰحِدَةٞ
Transliteration: Fainnama hiya zajratun wahidatun
Translation: প্ৰকৃততে এইটো এটা বিৰাট শব্দ।
فَإِذَا هُم بِٱلسَّاهِرَةِ ﴿14﴾فَإِذَا هُم بِٱلسَّاهِرَةِ
Transliteration: Faitha hum bialssahirati
Translation: তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।
هَلۡ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ ﴿15﴾هَلۡ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ
Transliteration: Hal ataka hadeethu moosa
Translation: মূছাৰ ঘটনাটো তুমি পাইছানে?
إِذۡ نَادَىٰهُ رَبُّهُۥ بِٱلۡوَادِ ٱلۡمُقَدَّسِ طُوًى ﴿16﴾إِذۡ نَادَىٰهُ رَبُّهُۥ بِٱلۡوَادِ ٱلۡمُقَدَّسِ طُوًى
Transliteration: Ith nadahu rabbuhu bialwadi almuqaddasi tuwan
Translation: যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,
ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ ﴿17﴾ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ
Transliteration: Ithhab ila firAAawna innahu tagha
Translation: ‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে,
فَقُلۡ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ ﴿18﴾فَقُلۡ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ
Transliteration: Faqul hal laka ila an tazakka
Translation: তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে?
وَأَهۡدِيَكَ إِلَىٰ رَبِّكَ فَتَخۡشَىٰ ﴿19﴾وَأَهۡدِيَكَ إِلَىٰ رَبِّكَ فَتَخۡشَىٰ
Transliteration: Waahdiyaka ila rabbika fatakhsha
Translation: আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।
فَأَرَىٰهُ ٱلۡأٓيَةَ ٱلۡكُبۡرَىٰ ﴿20﴾فَأَرَىٰهُ ٱلۡأٓيَةَ ٱلۡكُبۡرَىٰ
Transliteration: Faarahu alayata alkubra
Translation: তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।
فَكَذَّبَ وَعَصَىٰ ﴿21﴾فَكَذَّبَ وَعَصَىٰ
Transliteration: Fakaththaba waAAasa
Translation: কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।
ثُمَّ أَدۡبَرَ يَسۡعَىٰ ﴿22﴾ثُمَّ أَدۡبَرَ يَسۡعَىٰ
Transliteration: Thumma adbara yasAAa
Translation: তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।
فَحَشَرَ فَنَادَىٰ ﴿23﴾فَحَشَرَ فَنَادَىٰ
Transliteration: Fahashara fanada
Translation: তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,
فَقَالَ أَنَا۠ رَبُّكُمُ ٱلۡأَعۡلَىٰ ﴿24﴾فَقَالَ أَنَا۠ رَبُّكُمُ ٱلۡأَعۡلَىٰ
Transliteration: Faqala ana rabbukumu alaAAla
Translation: আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।
فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلۡأٓخِرَةِ وَٱلۡأُولَىٰٓ ﴿25﴾فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلۡأٓخِرَةِ وَٱلۡأُولَىٰٓ
Transliteration: Faakhathahu Allahu nakala alakhirati waaloola
Translation: অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।
إِنَّ فِي ذَٰلِكَ لَعِبۡرَةٗ لِّمَن يَخۡشَىٰٓ ﴿26﴾إِنَّ فِي ذَٰلِكَ لَعِبۡرَةٗ لِّمَن يَخۡشَىٰٓ
Transliteration: Inna fee thalika laAAibratan liman yakhsha
Translation: নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।
ءَأَنتُمۡ أَشَدُّ خَلۡقًا أَمِ ٱلسَّمَآءُۚ بَنَىٰهَا ﴿27﴾ءَأَنتُمۡ أَشَدُّ خَلۡقًا أَمِ ٱلسَّمَآءُۚ بَنَىٰهَا
Transliteration: Aantum ashaddu khalqan ami alssamao banaha
Translation: তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।
رَفَعَ سَمۡكَهَا فَسَوَّىٰهَا ﴿28﴾رَفَعَ سَمۡكَهَا فَسَوَّىٰهَا
Transliteration: RafaAAa samkaha fasawwaha
Translation: তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।
وَأَغۡطَشَ لَيۡلَهَا وَأَخۡرَجَ ضُحَىٰهَا ﴿29﴾وَأَغۡطَشَ لَيۡلَهَا وَأَخۡرَجَ ضُحَىٰهَا
Transliteration: Waaghtasha laylaha waakhraja duhaha
Translation: আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।
وَٱلۡأَرۡضَ بَعۡدَ ذَٰلِكَ دَحَىٰهَآ ﴿30﴾وَٱلۡأَرۡضَ بَعۡدَ ذَٰلِكَ دَحَىٰهَآ
Transliteration: Waalarda baAAda thalika dahaha
Translation: তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।
أَخۡرَجَ مِنۡهَا مَآءَهَا وَمَرۡعَىٰهَا ﴿31﴾أَخۡرَجَ مِنۡهَا مَآءَهَا وَمَرۡعَىٰهَا
Transliteration: Akhraja minha maaha wamarAAaha
Translation: তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,
وَٱلۡجِبَالَ أَرۡسَىٰهَا ﴿32﴾وَٱلۡجِبَالَ أَرۡسَىٰهَا
Transliteration: Waaljibala arsaha
Translation: আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,
مَتَٰعٗا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ ﴿33﴾مَتَٰعٗا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ
Transliteration: MataAAan lakum walianAAamikum
Translation: এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।
فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلۡكُبۡرَىٰ ﴿34﴾فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلۡكُبۡرَىٰ
Transliteration: Faitha jaati alttammatu alkubra
Translation: আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,
يَوۡمَ يَتَذَكَّرُ ٱلۡإِنسَٰنُ مَا سَعَىٰ ﴿35﴾يَوۡمَ يَتَذَكَّرُ ٱلۡإِنسَٰنُ مَا سَعَىٰ
Transliteration: Yawma yatathakkaru alinsanu ma saAAa
Translation: সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,
وَبُرِّزَتِ ٱلۡجَحِيمُ لِمَن يَرَىٰ ﴿36﴾وَبُرِّزَتِ ٱلۡجَحِيمُ لِمَن يَرَىٰ
Transliteration: Waburrizati aljaheemu liman yara
Translation: আৰু প্ৰত্যক্ষকাৰী সকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান।
فَأَمَّا مَن طَغَىٰ ﴿37﴾فَأَمَّا مَن طَغَىٰ
Transliteration: Faamma man tagha
Translation: এতেকে যিয়ে সীমালঙ্ঘন কৰে,
وَءَاثَرَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا ﴿38﴾وَءَاثَرَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا
Transliteration: Waathara alhayata alddunya
Translation: আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,
فَإِنَّ ٱلۡجَحِيمَ هِيَ ٱلۡمَأۡوَىٰ ﴿39﴾فَإِنَّ ٱلۡجَحِيمَ هِيَ ٱلۡمَأۡوَىٰ
Transliteration: Fainna aljaheema hiya almawa
Translation: নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।
وَأَمَّا مَنۡ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفۡسَ عَنِ ٱلۡهَوَىٰ ﴿40﴾وَأَمَّا مَنۡ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفۡسَ عَنِ ٱلۡهَوَىٰ
Transliteration: Waama man khafa maqama rabbihi wanaha alnnafsa AAani alhawa
Translation: আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,
فَإِنَّ ٱلۡجَنَّةَ هِيَ ٱلۡمَأۡوَىٰ ﴿41﴾فَإِنَّ ٱلۡجَنَّةَ هِيَ ٱلۡمَأۡوَىٰ
Transliteration: Fainna aljannata hiya almawa
Translation: নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।
يَسۡـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرۡسَىٰهَا ﴿42﴾يَسۡـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرۡسَىٰهَا
Transliteration: Yasaloonaka AAani alssaAAati ayyana mursaha
Translation: সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?
فِيمَ أَنتَ مِن ذِكۡرَىٰهَآ ﴿43﴾فِيمَ أَنتَ مِن ذِكۡرَىٰهَآ
Transliteration: Feema anta min thikraha
Translation: সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?
إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ ﴿44﴾إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ
Transliteration: Ila rabbika muntahaha
Translation: ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত;
إِنَّمَآ أَنتَ مُنذِرُ مَن يَخۡشَىٰهَا ﴿45﴾إِنَّمَآ أَنتَ مُنذِرُ مَن يَخۡشَىٰهَا
Transliteration: Innama anta munthiru man yakhshaha
Translation: যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।
كَأَنَّهُمۡ يَوۡمَ يَرَوۡنَهَا لَمۡ يَلۡبَثُوٓاْ إِلَّا عَشِيَّةً أَوۡ ضُحَىٰهَا ﴿46﴾كَأَنَّهُمۡ يَوۡمَ يَرَوۡنَهَا لَمۡ يَلۡبَثُوٓاْ إِلَّا عَشِيَّةً أَوۡ ضُحَىٰهَا
Transliteration: Kaannahum yawma yarawnaha lam yalbathoo illa AAashiyyatan aw duhaha
Translation: যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download