إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ ﴿1﴾إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ
Transliteration: Itha alssamao inshaqqat
Translation: যেতিয়া আকাশখন ভাঙি পৰিব,
إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ ﴿1﴾إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ
Transliteration: Itha alssamao inshaqqat
Translation: যেতিয়া আকাশখন ভাঙি পৰিব,
وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ ﴿2﴾وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ
Transliteration: Waathinat lirabbiha wahuqqat
Translation: আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
وَإِذَا ٱلۡأَرۡضُ مُدَّتۡ ﴿3﴾وَإِذَا ٱلۡأَرۡضُ مُدَّتۡ
Transliteration: Waitha alardu muddat
Translation: আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
وَأَلۡقَتۡ مَا فِيهَا وَتَخَلَّتۡ ﴿4﴾وَأَلۡقَتۡ مَا فِيهَا وَتَخَلَّتۡ
Transliteration: Waalqat ma feeha watakhallat
Translation: আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ ﴿5﴾وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ
Transliteration: Waathinat lirabbiha wahuqqat
Translation: আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
يَـٰٓأَيُّهَا ٱلۡإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدۡحٗا فَمُلَٰقِيهِ ﴿6﴾يَـٰٓأَيُّهَا ٱلۡإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدۡحٗا فَمُلَٰقِيهِ
Transliteration: Ya ayyuha alinsanu innaka kadihun ila rabbika kadhan famulaqeehi
Translation: হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।
فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ ﴿7﴾فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ
Transliteration: Faama man ootiya kitabahu biyameenihi
Translation: এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব;
فَسَوۡفَ يُحَاسَبُ حِسَابٗا يَسِيرٗا ﴿8﴾فَسَوۡفَ يُحَاسَبُ حِسَابٗا يَسِيرٗا
Transliteration: Fasawfa yuhasabu hisaban yaseeran
Translation: অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورٗا ﴿9﴾وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورٗا
Transliteration: Wayanqalibu ila ahlihi masrooran
Translation: আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ ﴿10﴾وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ
Transliteration: Waamma man ootiya kitabahu waraa thahrihi
Translation: আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
فَسَوۡفَ يَدۡعُواْ ثُبُورٗا ﴿11﴾فَسَوۡفَ يَدۡعُواْ ثُبُورٗا
Transliteration: Fasawfa yadAAoo thubooran
Translation: সি নিজৰ ধ্বংস আহ্বান কৰিব;
وَيَصۡلَىٰ سَعِيرًا ﴿12﴾وَيَصۡلَىٰ سَعِيرًا
Transliteration: Wayasla saAAeeran
Translation: আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
إِنَّهُۥ كَانَ فِيٓ أَهۡلِهِۦ مَسۡرُورًا ﴿13﴾إِنَّهُۥ كَانَ فِيٓ أَهۡلِهِۦ مَسۡرُورًا
Transliteration: Innahu kana fee ahlihi masrooran
Translation: নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল,
إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ ﴿14﴾إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ
Transliteration: Innahu thanna an lan yahoora
Translation: নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
بَلَىٰٓۚ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرٗا ﴿15﴾بَلَىٰٓۚ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرٗا
Transliteration: Bala inna rabbahu kana bihi baseeran
Translation: হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
فَلَآ أُقۡسِمُ بِٱلشَّفَقِ ﴿16﴾فَلَآ أُقۡسِمُ بِٱلشَّفَقِ
Transliteration: Fala oqsimu bialshshafaqi
Translation: এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
وَٱلَّيۡلِ وَمَا وَسَقَ ﴿17﴾وَٱلَّيۡلِ وَمَا وَسَقَ
Transliteration: Waallayli wama wasaqa
Translation: ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
وَٱلۡقَمَرِ إِذَا ٱتَّسَقَ ﴿18﴾وَٱلۡقَمَرِ إِذَا ٱتَّسَقَ
Transliteration: Waalqamari itha ittasaqa
Translation: আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
لَتَرۡكَبُنَّ طَبَقًا عَن طَبَقٖ ﴿19﴾لَتَرۡكَبُنَّ طَبَقًا عَن طَبَقٖ
Transliteration: Latarkabunna tabaqan AAan tabaqin
Translation: অৱশ্যে তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
فَمَا لَهُمۡ لَا يُؤۡمِنُونَ ﴿20﴾فَمَا لَهُمۡ لَا يُؤۡمِنُونَ
Transliteration: Fama lahum la yuminoona
Translation: কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
وَإِذَا قُرِئَ عَلَيۡهِمُ ٱلۡقُرۡءَانُ لَا يَسۡجُدُونَۤ۩ ﴿21﴾وَإِذَا قُرِئَ عَلَيۡهِمُ ٱلۡقُرۡءَانُ لَا يَسۡجُدُونَۤ۩
Transliteration: Waitha quria AAalayhimu alquranu la yasjudoona
Translation: আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
بَلِ ٱلَّذِينَ كَفَرُواْ يُكَذِّبُونَ ﴿22﴾بَلِ ٱلَّذِينَ كَفَرُواْ يُكَذِّبُونَ
Transliteration: Bali allatheena kafaroo yukaththiboona
Translation: বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
وَٱللَّهُ أَعۡلَمُ بِمَا يُوعُونَ ﴿23﴾وَٱللَّهُ أَعۡلَمُ بِمَا يُوعُونَ
Transliteration: WaAllahu aAAlamu bima yooAAoona
Translation: আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٍ ﴿24﴾فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٍ
Transliteration: Fabashshirhum biAAathabin aleemin
Translation: সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া;
إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونِۭ ﴿25﴾إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونِۭ
Transliteration: Illa allatheena amanoo waAAamiloo alssalihati lahum ajrun ghayru mamnoonin
Translation: কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download