quranm◉

Surah At-Tariq transliteration

◉ ছুৰা · ∞

86:1

وَٱلسَّمَآءِ وَٱلطَّارِقِ ﴿1﴾

Transliteration: Waalssamai waalttariqi

Translation: শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;

86:2

وَمَآ أَدۡرَىٰكَ مَا ٱلطَّارِقُ ﴿2﴾

Transliteration: Wama adraka ma alttariqu

Translation: আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?

86:3

ٱلنَّجۡمُ ٱلثَّاقِبُ ﴿3﴾

Transliteration: Alnnajmu alththaqibu

Translation: (সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।

86:4

إِن كُلُّ نَفۡسٖ لَّمَّا عَلَيۡهَا حَافِظٞ ﴿4﴾

Transliteration: In kullu nafsin lamma AAalayha hafithun

Translation: প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে।

86:5

فَلۡيَنظُرِ ٱلۡإِنسَٰنُ مِمَّ خُلِقَ ﴿5﴾

Transliteration: Falyanthuri alinsanu mimma khuliqa

Translation: এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!

86:6

خُلِقَ مِن مَّآءٖ دَافِقٖ ﴿6﴾

Transliteration: Khuliqa min main dafiqin

Translation: তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে,

86:7

يَخۡرُجُ مِنۢ بَيۡنِ ٱلصُّلۡبِ وَٱلتَّرَآئِبِ ﴿7﴾

Transliteration: Yakhruju min bayni alssulbi waalttaraibi

Translation: যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।

86:8

إِنَّهُۥ عَلَىٰ رَجۡعِهِۦ لَقَادِرٞ ﴿8﴾

Transliteration: Innahu AAala rajAAihi laqadirun

Translation: নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম।

86:9

يَوۡمَ تُبۡلَى ٱلسَّرَآئِرُ ﴿9﴾

Transliteration: Yawma tubla alssarairu

Translation: যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,

86:10

فَمَا لَهُۥ مِن قُوَّةٖ وَلَا نَاصِرٖ ﴿10﴾

Transliteration: Fama lahu min quwwatin wala nasirin

Translation: সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।

86:11

وَٱلسَّمَآءِ ذَاتِ ٱلرَّجۡعِ ﴿11﴾

Transliteration: Waalssamai thati alrrajAAi

Translation: শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,

86:12

وَٱلۡأَرۡضِ ذَاتِ ٱلصَّدۡعِ ﴿12﴾

Transliteration: Waalardi thati alssadAAi

Translation: শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,

86:13

إِنَّهُۥ لَقَوۡلٞ فَصۡلٞ ﴿13﴾

Transliteration: Innahu laqawlun faslun

Translation: নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।

86:14

وَمَا هُوَ بِٱلۡهَزۡلِ ﴿14﴾

Transliteration: Wama huwa bialhazli

Translation: আৰু এইটো নিৰৰ্থক নহয়।

86:15

إِنَّهُمۡ يَكِيدُونَ كَيۡدٗا ﴿15﴾

Transliteration: Innahum yakeedoona kaydan

Translation: নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,

86:16

وَأَكِيدُ كَيۡدٗا ﴿16﴾

Transliteration: Waakeedu kaydan

Translation: আৰু ময়ো ভীষণ কৌশল কৰিছো।

86:17

فَمَهِّلِ ٱلۡكَٰفِرِينَ أَمۡهِلۡهُمۡ رُوَيۡدَۢا ﴿17﴾

Transliteration: Famahhili alkafireena amhilhum ruwaydan

Translation: এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download