وَٱلشَّمۡسِ وَضُحَىٰهَا ﴿1﴾وَٱلشَّمۡسِ وَضُحَىٰهَا
Transliteration: Waalshshamsi waduhaha
Translation: শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,
وَٱلشَّمۡسِ وَضُحَىٰهَا ﴿1﴾وَٱلشَّمۡسِ وَضُحَىٰهَا
Transliteration: Waalshshamsi waduhaha
Translation: শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,
وَٱلۡقَمَرِ إِذَا تَلَىٰهَا ﴿2﴾وَٱلۡقَمَرِ إِذَا تَلَىٰهَا
Transliteration: Waalqamari itha talaha
Translation: শপত চন্দ্ৰৰ, যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়,
وَٱلنَّهَارِ إِذَا جَلَّىٰهَا ﴿3﴾وَٱلنَّهَارِ إِذَا جَلَّىٰهَا
Transliteration: Waalnnahari itha jallaha
Translation: আৰু দিনৰ শপত, যেতিয়া সূৰ্যক প্ৰকাশ কৰে,
وَٱلَّيۡلِ إِذَا يَغۡشَىٰهَا ﴿4﴾وَٱلَّيۡلِ إِذَا يَغۡشَىٰهَا
Transliteration: Waallayli itha yaghshaha
Translation: ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
وَٱلسَّمَآءِ وَمَا بَنَىٰهَا ﴿5﴾وَٱلسَّمَآءِ وَمَا بَنَىٰهَا
Transliteration: Waalssamai wama banaha
Translation: শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,
وَٱلۡأَرۡضِ وَمَا طَحَىٰهَا ﴿6﴾وَٱلۡأَرۡضِ وَمَا طَحَىٰهَا
Transliteration: Waalardi wama tahaha
Translation: পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,
وَنَفۡسٖ وَمَا سَوَّىٰهَا ﴿7﴾وَنَفۡسٖ وَمَا سَوَّىٰهَا
Transliteration: Wanafsin wama sawwaha
Translation: শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,
فَأَلۡهَمَهَا فُجُورَهَا وَتَقۡوَىٰهَا ﴿8﴾فَأَلۡهَمَهَا فُجُورَهَا وَتَقۡوَىٰهَا
Transliteration: Faalhamaha fujooraha wataqwaha
Translation: তাৰ পিছত ইয়াক তাৰ সত্কৰ্মৰ আৰু অসত্কৰ্মৰ জ্ঞান দান কৰিছে,
قَدۡ أَفۡلَحَ مَن زَكَّىٰهَا ﴿9﴾قَدۡ أَفۡلَحَ مَن زَكَّىٰهَا
Transliteration: Qad aflaha man zakkaha
Translation: নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
وَقَدۡ خَابَ مَن دَسَّىٰهَا ﴿10﴾وَقَدۡ خَابَ مَن دَسَّىٰهَا
Transliteration: Waqad khaba man dassaha
Translation: আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
كَذَّبَتۡ ثَمُودُ بِطَغۡوَىٰهَآ ﴿11﴾كَذَّبَتۡ ثَمُودُ بِطَغۡوَىٰهَآ
Transliteration: Kaththabat thamoodu bitaghwaha
Translation: ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।
إِذِ ٱنۢبَعَثَ أَشۡقَىٰهَا ﴿12﴾إِذِ ٱنۢبَعَثَ أَشۡقَىٰهَا
Transliteration: Ithi inbaAAatha ashqaha
Translation: যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল,
فَقَالَ لَهُمۡ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقۡيَٰهَا ﴿13﴾فَقَالَ لَهُمۡ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقۡيَٰهَا
Transliteration: Faqala lahum rasoolu Allahi naqata Allahi wasuqyaha
Translation: তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمۡدَمَ عَلَيۡهِمۡ رَبُّهُم بِذَنۢبِهِمۡ فَسَوَّىٰهَا ﴿14﴾فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمۡدَمَ عَلَيۡهِمۡ رَبُّهُم بِذَنۢبِهِمۡ فَسَوَّىٰهَا
Transliteration: Fakaththaboohu faAAaqarooha fadamdama AAalayhim rabbuhum bithanbihim fasawwaha
Translation: কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।
وَلَا يَخَافُ عُقۡبَٰهَا ﴿15﴾وَلَا يَخَافُ عُقۡبَٰهَا
Transliteration: Wala yakhafu AAuqbaha
Translation: আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।
Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download